বুধবাৰে লোকসেৱা ভৱনত প্রথমখন ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ কেইবাটাও ঘোষণা কৰে –
- শিক্ষা বিভাগৰ দুটাকৈ বঁটাৰ দিন ঘোষণা।
- ২৯ নৱেম্বৰত প্রদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা।
- ২৭,১৮৩গৰাকীক প্রদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা।
- DBT প্রক্রিয়াৰে প্রদান কৰা হ’ব ১৫ হাজাৰ টকাকৈ।
- ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত প্রদান কৰা হ’ব বাণীকান্ত কাকতি বঁটা।
- ছাত্রকো প্রদান কৰা হ’ব বাণীকান্ত কাকতি (স্কুটী) বঁটা।
- ৩৫,৭৭৬ গৰাকী ছাত্র-ছাত্রীক দিয়া হ’ব স্কুটী।
- ৩-৪ নৱেম্বৰত অসমলৈ আহিব ভূটানৰ ৰজা।
- ভূটানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ কৰা হ’ব ৫খন মেডিকেল আসন।