• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্যৰ বান পৰিস্থিতিক লৈ উপায়ুক্তসকলৰে মুখ্যমন্ত্ৰীৰ বৈঠক

নিউজ ডেস্ক by নিউজ ডেস্ক
June 20, 2022
in ৰাজনীতি, অসম
1 min read
0
পুৰস্কাৰ? আজি পুৱাই ৫ AIUDFৰ বিধায়কৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ
Share on FacebookShare on Twitter
  • ৰাজ্যৰ বান পৰিস্থিতিক লৈ আজি জিলা উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এক ভিডিঅ’ কনফাৰেন্সত মিলিত হয়। জনতা ভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জড়িয়তে প্ৰতিখন জিলাৰ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে৷
  • বান সাহায্য প্ৰদানত খেলিমেলিক লৈ একাংশ উপায়ুক্তৰ কাম কাজত অসন্তুষ্ট মুখ্যমন্ত্ৰীয়ে বান সাহায্য পাবৰ বাবে ৰাইজ কি কেম্পত থাকিব লাগিব নেকি বুলিও উপায়ুক্ত সকলক প্ৰশ্ন কৰে৷
  • বজালীৰ উপায়ুক্তক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, বানাক্ৰান্ত শিশুয়ে আজি ৪-৫ দিনে কিয় পোৱা নাই শিশু খাদ্য বুলিও প্ৰশ্ন কৰাৰ লগতে কেৱল নিৰ্দেশ দিলেই নহয়, নিৰ্দেশ কাৰ্যকৰী হৈছেনে নাই সেয়াও গুৰুত্বপূৰ্ণ বুলি কয়।
  • উপায়ুক্তৰ ভিডিঅ’ কনফাৰেঞ্চত উপস্থিত নাই স্বাস্থ্যবিভাগৰ প্ৰধান সচিব, এজনো সঞ্চালক৷ ইয়াকে লৈ নাৰাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শনৰ নিৰ্দেশ সঞ্চালকক৷ ৰাজ্যৰ বানবিধ্বস্ত সকলো ৰাজহ চক্ৰত একোটাকৈ মেগা হেলথ কেম্প পতাৰ নিৰ্দেশ দিয়ে আৰু পানী শুকাই যোৱাৰ পিছতে এই হেল্থ কেম্প পতাৰ নিৰ্দেশ৷ পানী শুকোৱাৰ পিছত বিভিন্ন বেমাৰ হোৱাৰ আশংকা আছে, সেয়ে মেগা স্বাস্থ্য শিৱিৰ পতাৰ নিৰ্দেশ৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক এই সন্দৰ্ভত SOP প্ৰস্তুত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷
  • নলবাৰীৰ বৰশিমলুৱা আৰু অন্যান্য বানাক্ৰান্ত অঞ্চলত আৰ্মীৰ নাৱেৰে সাহায্য দিবলৈ জিলা উপায়ুক্তক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো বৰশিমলুৱা অঞ্চললৈ যোৱাৰ নিৰ্দেশ দিয়ে।

Highlights of the video conference with DCs & SDOs of flood-affected districts. pic.twitter.com/0Fy2Zxr7LA

— Himanta Biswa Sarma (@himantabiswa) June 20, 2022

  • বৈঠকত বৰাক ভেলীৰ বান পৰিস্থিতি বুজ লৈ কাছাৰৰ DCক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, শিশু খাদ্য আৰু খোৱা পানীৰ অভাৱ হৈছে নেকি? হৈছে যদি গুৱাহাটীৰ পৰা পঠোৱা হ’ব। কাইলৈৰ পৰা গুৱাহাটীৰ পৰা বৰাকলৈ যাব পেট্ৰ’ল-ডিজেল৷ কৰিমগঞ্জৰ DCক ক’লে মুখ্যমন্ত্ৰীয়ে৷ শিলচৰ আৰু কৰিমগঞ্জৰ মাজৰ পথ সেৱা ব্যাহত হৈ থাকিলে হেলিকপ্টাৰেৰে সামগ্ৰী যোগান ধৰা হ’ব বুলিও বৈঠকত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷
  • বৰাকৰ তিনি জিলাই যি যি সহায় লাগে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে ২৪ ঘণ্টাই যোগাযোগ কৰিব পাৰিব বুলিও মন্তব্য কৰে ড০ শৰ্মাই৷ সাহায্যৰ বাবে ধনৰ অভাৱ নাই৷ কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো খবৰ লৈ আছে মুখ্যমন্ত্ৰীৰ পৰা৷ ভিডিঅ’ কনফাৰেন্সত ক’লে মুখ্যমন্ত্ৰীয়ে৷
  • কামৰূপ আৰু দৰং জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে জিলা দুখনত তিনিদিন বাহৰ পাতি থকাৰ নিৰ্দেশ দিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক৷ তিনি দিন বাহৰ পাতি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ হাজোলৈ প্ৰথমে যাব পাটোৱাৰী, তাৰ পিছত যাব দৰঙলৈ।
  • জিলা উপায়ুক্ত আৰু মহকুমাধিপতিসকলক মুখ্যমন্ত্ৰীৰ পোনপটীয়া নিৰ্দেশ – বান সাহায্য পাবই লাগিব৷ প্ৰচিডিউৰ কথা কৈ যাতে বান সাহায্য বন্ধ কৰি ৰখা নহয় কাকো৷ প্ৰথমে উদ্ধাৰ আৰু বান সাহায্য পাবই লাগিব ৰাইজে৷ প্ৰছিডিউৰত নপৰিলে আমি CM Relief Fund বা SOPDৰ জৰিয়তে টকা মুকলি কৰি দিম৷ কিন্তু কোনো মানুহে বান সাহায্য নোপোৱাকৈ থাকিব নালাগিব৷ যোগাযোগ বিচ্ছিন্ন হোৱা স্থানত এয়াৰ ড্ৰপিঙৰ ব্যৱস্থা কৰক৷ মনক ৰাখক- চৰকাৰে যে কাম কৰিছে ৰাইজে গম পাব লাগিব৷
  • বান সাহায্য সকলোয়ে পাব লাগিব৷ প্ৰতি চাৰ্কোলৰ প্ৰতিজন চাৰ্কোল আৰু সহকাৰী চাৰ্কোল বিষয়াক গাঁও পঞ্চায়ত ভিত্তিত দায়িত্ব দিয়ক৷ বিষয়া–কৰ্মচাৰী সেই হিচাপে ভগাই দিয়ক৷ DC সকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।
  • কোনো জিলাৰ DCয়ে যি সহায় লাগে লগে লগে মোৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক৷ মোৰ কাৰ্যালয় ২৪ ঘণ্টাই কাৰ্যক্ষম। বৈঠকত ক’লে মুখ্যমন্ত্ৰী শৰ্মাই।
  • বানাক্ৰান্ত জিলাসমূহত বাহৰ পাতি থকাৰ নিৰ্দেশ মন্ত্ৰীসকলক৷ পীযূষ হাজৰিকা আৰু ডাঃ ৰণোজ পেগুক বাদ দি সকলো মন্ত্ৰীক বানাক্ৰান্ত জিলাত বাহৰ পাতি থকাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ জিলাৰ অভিভাৱক সচিব সকলোকো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷
Previous Post

১৮ নহয় ১৬ বছৰতে বিয়াত বহিব পাৰিব যুৱতী!

Next Post

চাফাই কৰ্মীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ‘এৰিডা’ৰ সুৰক্ষামূলক কিট বিতৰণ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
চাফাই কৰ্মীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ‘এৰিডা’ৰ সুৰক্ষামূলক কিট বিতৰণ

চাফাই কৰ্মীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি 'এৰিডা'ৰ সুৰক্ষামূলক কিট বিতৰণ

শ্বহীদ উদ্যানৰ মাজেৰে দীপৰ বিললৈ বৈ আছে ডাম্পিং গ্ৰাউণ্ডৰ দূষিত পানী

শ্বহীদ উদ্যানৰ মাজেৰে দীপৰ বিললৈ বৈ আছে ডাম্পিং গ্ৰাউণ্ডৰ দূষিত পানী

কৃষি বিজ্ঞান কেন্দ্ৰত কৃষি যান্ত্ৰিকীকৰণৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি

কৃষি বিজ্ঞান কেন্দ্ৰত কৃষি যান্ত্ৰিকীকৰণৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8