- প্রাক্তন সাংসদ ৰাণী নৰহলৈ CM ভিজিলেন্সৰ চমন।
- আজি হাজিৰ হ’ব লাগিব CM ভিজিলেন্সত প্ৰাক্তন সাংসদগৰাকী।
- তেওঁৰ বিৰুদ্ধে আছে সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ অভিযোগ।
- ২০১৩-১৪ চনৰ সাংসদ পুঁজিত কেলেংকাৰীৰ অভিযোগ।
- যোৰহাট জিলাত হেণ্ড টিউৱেল বহুওৱাৰ নামত কেলেংকাৰীৰ অভিযোগ।
- এই কামৰ বিপৰীতে ২০১৭ চনত ৰুজু হৈছিল গোচৰ।
- ইফালে ৰাণী নৰহে তেওঁৰ ওপৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে।
- মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীৰ ইছ্যু ভাইভাৰ্ট কৰিবলৈ এই পন্থা লোৱা হৈছে বুলি সাংসদগৰাকীৰ অভিযোগ।