• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পূব ধাৰাপুৰৰ পৰা মাজিৰগাঁৱলৈ ব্ৰহ্মপুত্ৰৰ পাৰেৰে নিৰ্মাণ হ’ব পকীপথ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 2, 2023
in ৰাজনীতি, গুৱাহাটী
1 min read
0
পূব ধাৰাপুৰৰ পৰা মাজিৰগাঁৱলৈ ব্ৰহ্মপুত্ৰৰ পাৰেৰে নিৰ্মাণ হ’ব পকীপথ
Share on FacebookShare on Twitter

পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ অন্তৰ্গত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কিছু নিলগৰ পূব ধাৰাপুৰৰ পৰা ব্ৰহ্মপুত্ৰৰ দাঁতিত থকা জলসম্পদ বিভাগৰ বান প্ৰতিৰোধী মথাউৰীৰ ওপৰেৰে লোকনির্মাণ পথ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ জৰিয়তে প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত থকা মাজিৰগাঁওলৈ এটা পকী পথ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে।

লোকনির্মাণ পথ বিভাগৰ অধীনত ২০২১-২০২২ বিত্তীয় বর্ষৰ নাবাৰ্ড বেংকৰ আৰ আই ডি এফ-১৭ শিতানৰ ১৯.৮৮ কোটি টকা ব্যয় সাপেক্ষে পূৱ ধাৰাপুৰ-মাজিৰগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ পাৰেৰে যোৱা মথাউৰিটোৰ ওপৰত পকীপথ নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰা হয়। স্থানীয় তিনি শতাধিক ৰাইজৰ উপস্থিতিত মাংগলিক কাৰ্যসূচীৰ মাজেৰে আধাৰশিলা স্থাপন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। আনহাতে এই উপলক্ষে অনুষ্ঠিত এখন ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক কলিতাই ভাষণ প্ৰসংগত কয় যে-“এই পকী পথটোৰ নিৰ্মাণ কার্য সম্পূৰ্ণ হৈ উঠিলে পশ্চিম গুৱাহাটীৰ যাতায়ত ব্যৱস্থাৰ আমূল পৰিবৰ্তন হব। মহানগৰীৰ তীব্ৰ যানজঁট পৰিহাৰ কৰি মহানগৰীৰ পশ্চিম প্ৰান্তৰ নাগৰিকে অতি সহজে অতি কম সময়তে মহানগৰীৰ ভিন্ন স্থানলৈ অহা-যোৱা কৰিব পাৰিব।”

অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত লোকনিৰ্মাণ পথ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ভৱেন শৰ্মা, পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা পুলক দাস, সহকাৰী অভিযন্তা কৃষ্ণ দাস, কনিষ্ঠ অভিযন্তা অমল ডেকা, জলসম্পদ বিভাগৰ পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ চেতিয়া, সহকাৰী অভিযন্তা নৰেন মালি প্ৰমুখ্যে দুয়োটা বিভাগৰ কেইবাজনো বিষয়া-কৰ্মচাৰী, কাঁহিকুছি গাওঁ পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সম্পাদক ৰুবুল বৈশ্য, অগপ নেতা ৰঞ্জন পাটোৱাৰী প্ৰমুখ্যে বিষয়ববীয়া সকল উপস্থিত থাকে।সভাখনৰ আঁত ধৰে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক প্ৰণৱ দাসে।

Previous Post

অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত অঘটন! ৩ জনৰ মৃত্যু

Next Post

অসম -অৰুণাচলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
অসম -অৰুণাচলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

অসম -অৰুণাচলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

অসম গ্ৰন্থমেলাত লেখিকা, গৱেষক ৰেখা বৰগোহাঁইৰ পাঁচখন গ্ৰন্থ উন্মোচন

অসম গ্ৰন্থমেলাত লেখিকা, গৱেষক ৰেখা বৰগোহাঁইৰ পাঁচখন গ্ৰন্থ উন্মোচন

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8