• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এমাহৰ ভিতৰত এহেজাৰ ভূমিপট্টা দিয়ক বেকাজানবাসীকঃ অজন্তা নেওগ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 5, 2023
in ৰাজনীতি, অসম
1 min read
0
এমাহৰ ভিতৰত এহেজাৰ ভূমিপট্টা দিয়ক বেকাজানবাসীকঃ অজন্তা নেওগ
Share on FacebookShare on Twitter

তিতাবৰ সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৰ বেকাজান পঞ্চায়তৰ দীৰ্ঘদিনীয়া ভূমিপট্টা সমস্যাৰ সমাধানৰ বাবে তৎপৰ হৈ উঠিছে বিত্তমন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ। বুধবাৰে যোৰহাট আৱৰ্ত ভৱনত তিতাবৰ ৰাজহ চক্ৰ বিষয়া ড০ জয়ন্ত বৰাক এই নিৰ্দেশ দিয়ে ।

মন্ত্ৰী অজন্তা নেওগে বেকাজানৰ কিমান লোকে এতিয়ালৈকে ভূমিপট্টা লাভ কৰিছে সেই সন্দৰ্ভত জানিবলৈ বিচৰাত তিতাবৰ ৰাজহচক্ৰ বিষয়াগৰাকীয়ে কয় এতিয়ালৈকে সীমান্তৰ ৮০০ ভূমিহীন খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদান কৰা হৈছে। বৰ্তমান আৰু এহেজাৰখন পট্টা ইতিমধ্যে সাজু কৰি ৰখা হৈছে।

একেলগে দুহেজাৰ লোকক বিত্তমন্ত্ৰীয়ে বেকাজানলৈ আহি নিজ হাতেৰে সেই ভূমিপট্টা প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ লগতে বেকাজানবাসীক ১০০ শতাংশ ভূমিপট্টা বসুন্ধৰা আঁচনিৰ দ্বিতীয় পৰ্যায়ত দি শেষ কৰিবলৈও চক্ৰবিষয়া গৰাকীক নিৰ্দেশ দিয়ে ।

তদুপৰি তেওঁ বেকাজানৰ যিমানবোৰ উন্নয়নমূলক আঁচনিৰ কাম চলি আছে সেয়া তৰান্বিত আৰু তদাৰক কৰিবলৈ চক্ৰ বিষয়াগৰাকীক কয়। বিত্তমন্ত্ৰীগৰাকীয়ে বেকাজান অঞ্চলৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে, স্বাধীনতাৰ ৭৫ পিছতো তিতাবৰৰ অসম-নাগালেণ্ডৰ বেকাজানবাসী ৰাইজ ভূমিপট্টাৰ বঞ্চিত হৈ আছিল। বৰ্তমান চৰকাৰে ভূমিহীন খিলঞ্জীয়া লোকক দ্ৰুত গতিত ভূমি পট্টা দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰা দেখা গৈছে।

Previous Post

সময়ত মাছুল নিদিলে শিক্ষাৰ্থীয়ে ভৰিব লাগিব জৰিমনা!

Next Post

২০২৩ৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে ‘দি গ্রেট এক্সামছ্’

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
২০২৩ৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে ‘দি গ্রেট এক্সামছ্’

২০২৩ৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে 'দি গ্রেট এক্সামছ্'

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব উত্তৰ-পূৱৰ প্ৰথমখন অলিম্পিক পাৰ্ক

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব উত্তৰ-পূৱৰ প্ৰথমখন অলিম্পিক পাৰ্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8