• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জাত পাত, বৰ্ণ প্ৰথা সমূলি পৰিত্যাগ কৰকঃ মোহন ভাগৱত

নিউজ ডেস্ক by নিউজ ডেস্ক
October 8, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
জাত পাত, বৰ্ণ প্ৰথা সমূলি পৰিত্যাগ কৰকঃ মোহন ভাগৱত
Share on FacebookShare on Twitter

আজিৰ পৰিবেশ পৰিস্থিতিত বৰ্ণ প্ৰথা তথা জাত পাতৰ ব্যৱস্থা সম্পূৰ্ণ অপ্ৰাসংগিক আৰু এইবোৰ সমূলঞ্চে ত্যাগ কৰিব লাগে বুলি কয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ। নাগপুৰৰ এক গ্ৰন্থ উন্মোচন অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাগৱতে নিজৰ ভাষণত এই মন্তব্য আগবঢ়ায়। তেওঁ কয় সামাজিক সমতা ভাৰতীয় পৰম্পৰাৰ অবিচ্ছেদ্য অংগ কিন্তু সমাজে এই কথা পাহৰি পেলালে যাৰ ফলত নেতিবাচক পৰিণত দেখা পোৱা গ’ল।

আৰম্ভণিতে বৰ্ণ প্ৰথা আৰু জাত পাতৰ উদ্দেশ্য সমাজত বৈষম্যৰ সৃষ্টি কৰিবলৈ নাছিল বুলি মন্তব্য কৰি মোহন ভাগৱতে কয় – কিন্তু বৰ্তমানৰ পৰিবেশ পৰিস্থিতি অতীত পাহৰি যোৱা আৰু এই প্ৰথা সমূহ পৰিত্যাগ কৰাই শ্ৰেয়। তেওঁ লগতে কয় যি ব্যৱস্থাই বৈষম্যৰ জন্ম দিয়ে তেনে ব্যৱস্থা আঁতৰিব লাগে।

Previous Post

তেজস্বিতাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ অনুসন্ধান আৰম্ভ

Next Post

যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ অস্ত্ৰোপচাৰ সম্পন্ন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ অস্ত্ৰোপচাৰ সম্পন্ন

যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ অস্ত্ৰোপচাৰ সম্পন্ন

জামিনৰ ভুৱা ৰায় থানাত দাখিল কৰি গ্রেপ্তাৰ অধিবক্তা!

জামিনৰ ভুৱা ৰায় থানাত দাখিল কৰি গ্রেপ্তাৰ অধিবক্তা!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8