মহানগৰীৰ বেতকুছিত মনোজ আগৰৱালা নেতৃত্বাধীন ৰাজস্থান লাইম উদ্যোগত অভিযান চলাই জিএমচিয়ে। প্রতিষ্ঠানটোৰ বিৰুদ্ধে ট্রেড লাইচেন্স নোহোৱাকৈ ব্যৱসায় চলোৱাৰ অভিযোগ। ৪ লাখ ৫০ হাজাৰ টকাৰ জৰিমনা বিহে গুৱাহাটী পৌৰ নিগমে।

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪
© 2021 All Rights Reserved | Headline8