• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অৱশেষত ৯ বছৰৰ অন্তত অনুষ্ঠিত হ’ল পৌৰনিগম নিৰ্বাচন

নিউজ ডেস্ক by নিউজ ডেস্ক
April 22, 2022
in ৰাজনীতি, অসম, সংবাদ
0
অৱশেষত ৯ বছৰৰ অন্তত অনুষ্ঠিত হ’ল পৌৰনিগম নিৰ্বাচন
Share on FacebookShare on Twitter

শুকুৰবাৰে ৯ বছৰৰ অন্তত অনুষ্ঠিত হৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ২০২২ ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ভোটদান প্ৰক্ৰিয়া শুকুৰবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে । পুৱাৰে পৰা গুৱাহাটীৰ ভোটদান কেন্দ্ৰসমূহত ভোটাৰসকলে ভিৰ কৰা পৰিলক্ষিত গৈছে ।

গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭ টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । তিনিটা ৱাৰ্ডত তিনিগৰাকী বি জে পি প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে । গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ৭৫৭ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে । ভোটদান প্ৰক্ৰিয়া বিয়লি ৪.৩০ বজাত অন্ত পৰিব

উল্লেখ যে, পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণত এইবেলি পোন প্ৰথমবাৰৰ বাবে ই ভি এমৰ ব্যৱস্থা কৰা হৈছে । প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত এগৰাকীকৈ প্ৰিজাইডিং বিষয়াৰ লগতে তিনিগৰাকীকৈ প’লিং বিষয়া নিয়োজিত কৰা হৈছে । নিৰ্বাচন প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ বাবে পৌৰ নিগম এলেকাৰ ৮ টা জ’ন আৰু ৭৬ টা ছেক্টৰত একোগৰাকীকৈ অসামৰিক আৰু আৰক্ষী বিষয়া নিয়োগ কৰা হৈছে । তেনেদৰে ৮০ টা ভোটদান কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হৈছে।

এইবাৰৰ নিৰ্বাচনত মুঠ ৭,৯৭,৮০৭ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰ ভিতৰত ৩,৯৭,১২৮ গৰাকী পুৰুষ, ৪,০০,৬৫৪ গৰাকী মহিলা আৰু ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । গুৱাহাটী পৌৰ নিগমৰ ৫৭ টা ৱাৰ্ডত মুঠ ১৯৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ২৪ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰতেই ভোটগণনা কৰাৰ লগতে একেদিনাই ফলাফল ঘোষণা কৰা হ’ব ।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা প্ৰবীণ গগৈৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা প্ৰবীণ গগৈৰ

ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা প্ৰবীণ গগৈৰ

কাইলৈ মহানগৰীত পৌৰসভাৰ নিৰ্বাচন

পৌৰনিগম নিৰ্বাচন : ভোট নিদিয়াকৈ ওলাই আহিছে বহুলোক !

অসমৰ পৰা পোন প্ৰথমবাৰৰ বাবে প্ৰফেচনেল বক্সিং ৰিঙত নামিব অভিজিত বৰুৱা

অসমৰ পৰা পোন প্ৰথমবাৰৰ বাবে প্ৰফেচনেল বক্সিং ৰিঙত নামিব অভিজিত বৰুৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8