• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘বুম্বা ৰাইড’ ছবিৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনলৈ GMCৰ জাননী

নিউজ ডেস্ক by নিউজ ডেস্ক
May 28, 2022
in ৰাজনীতি, অসম, মনোৰঞ্জন
1 min read
0
‘বুম্বা ৰাইড’ ছবিৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনলৈ GMCৰ জাননী
Share on FacebookShare on Twitter

শেহতীয়াকৈ কান চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা ‘বুম্বা ৰাইড’ ছবিৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনলৈ গুৱাহাটী পৌৰ নিগম আয়ুক্তৰ জাননী। হাতীগাঁৱৰ বনফুল নগৰত অবৈধ নিৰ্মাণৰ বিৰুদ্ধে এই জাননী। বৰ্মনৰ বিৰুদ্ধে অবৈধভাৱে চতুৰ্থ মহলা নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছে। পৌৰ নিগমৰ আয়ুক্তই পূৰ্বেও বৰ্মনলৈ জাননী প্ৰেৰণ কৰিছিল যদিও উত্তৰ লাভ নকৰাত পুনৰ এক জাননী প্ৰেৰণ কৰিছে। এই জাননীৰ উত্তৰ বৰ্মনে ৭ দিনৰ ভিতৰত দিব লাগিব। তেওঁৰ অবৈধ নিৰ্মাণ কিয় ভঙা নহ’ব তাৰ উত্তৰ দিব লাগিব।
শুকুৰবাৰে পৌৰ নিগমৰ আয়ুক্তই জাননী প্ৰেৰণ কৰিছে। বৰ্মনৰ বিৰুদ্ধে নিৰ্মাণৰ নক্সা সালসলনি কৰাৰ অভিযোগ উঠিছে। তেওঁৰ ভৱনৰ কাষত থকা বাধ্যতামূলক মুকলি স্থানত অবৈধ নিৰ্মাণৰো অভিযোগ উঠিছে। পূৰ্বে ৯ মে’ত নিগমে জাননী জাৰি কৰিছিল যদিও উত্তৰ নোপোৱাত পুনৰ জাৰি কৰা এই জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে। অথবা তেওঁৰ অভৈধ নিৰ্মাণ ভাঙি দিয়াৰ লগতে তেওঁৰ ভৱন জব্দ কৰাৰো হুংকাৰ দিছে।

আনহাতে পৌৰ নিগমৰ এই জাননীৰ খবৰ সাংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে লুইত কুমাৰ বৰ্মনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে-‘অবৈধ অট্টালিকা বনাইছো যদি ইমান দিনে দেখা নাছিল নেকি? GMC কতৃপক্ষৰ নটিছ দিয়াৰ অধিকাৰ আছে আৰু তেওঁলোকৰ নটিছৰ ৰিপ্লাই মই কৰিম। কিন্তু মই নটিছ পোৱা নাই, সংবাদ মাধ্যমে কেনেকৈ পালে সেইটো হে আচৰিত! জনতা ভৱন, উচ্চ ন্যায়ালয়ৰ সকলো বিল্ডিং অনুমতি মতে হৈছে নে? বা গুৱাহাটীৰ এনে এটা বিল্ডিং দেখাই দিয়ক যি ১০০% বিল্ডিং পাৰ্মিচন মতে হৈছে? ভালেই হৈছে সকলোৰে মুখা খুল যাওঁক ৰেড কাৰ্পেটৰ দৰে।’

Previous Post

চাহ বাগিচাত বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালী নাথাকিবঃ পিযুষ হাজৰিকা

Next Post

আলফাক কিয় ক্ষমা খুজিছিল! সঞ্জয় কিষাণলৈ মুখ্যমন্ত্ৰীৰ শ্ব’কজ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আলফাক কিয় ক্ষমা খুজিছিল! সঞ্জয় কিষাণলৈ মুখ্যমন্ত্ৰীৰ শ্ব’কজ

আলফাক কিয় ক্ষমা খুজিছিল! সঞ্জয় কিষাণলৈ মুখ্যমন্ত্ৰীৰ শ্ব’কজ

এয়া ষড়যন্ত্ৰ : হাতীগাঁৱত দলবদ্ধ ধৰ্ষণৰ অভিযুক্তই কলে এই কথা

মহানগৰীত উন্মত্ত যুৱকৰ দাৰ ঘাপত দুজনৰ ছিঙিল হাত

NADI- এছিয়ান কনফ্লুয়েঞ্চ ৰিভাৰ কনক্লেভ-২০২২ ৰ শুভাৰম্ভ

NADI- এছিয়ান কনফ্লুয়েঞ্চ ৰিভাৰ কনক্লেভ-২০২২ ৰ শুভাৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8