• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১৫ জুলাইৰ ভিতৰত পুনৰ ৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি!

নিউজ ডেস্ক by নিউজ ডেস্ক
May 14, 2022
in ৰাজনীতি, অসম
1 min read
0
১৫ জুলাইৰ ভিতৰত পুনৰ ৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি!
Share on FacebookShare on Twitter

আজি খানাপাৰত অনুষ্ঠিত হৈ যায় ৰাজ্য চৰকাৰৰ মেগা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ২৩ হাজাৰ শিক্ষিত যুৱক-যুৱতীৰ হাতত তুলি দিলে চৰকাৰী চাকৰিৰ নিযুক্তিপত্ৰ। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। জুলাই মাহৰ ১৫ তাৰিখৰ ভিতৰত পুনৰ ৮ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। সেইদৰে জুলাই মাহৰে শেষৰ সপ্তাহত অনুষ্ঠিত হ’ব ২৬ হাজাৰ পদৰ বাবে লিখিত পৰীক্ষা।

We are on a mission to transform Assam into a top performing state and we shall count on your support to serve people with sincerity & dedication.

We shall soon recruit another batch of 7,000-8,000 youth, while written exam for 26,000 posts will be held in last week of July. pic.twitter.com/qpnN7fjaAU

— Himanta Biswa Sarma (@himantabiswa) May 14, 2022

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘বঞ্চিত হলেই আদালতলৈ যোৱাৰ প্ৰৱণতা পৰিহাৰ কৰা উচিত। চৰকাৰৰ এবছৰীয়া কাৰ্যকালত ২৮ হাজাৰ চাকৰি দিলো। পুলিচ কনিষ্টবল চাকৰি পোৱা সকলে দুখীয়া মানুহৰ ওপৰত লাঠি নচলাব। পুলিচৰ পোচাকত জেপ কাটোতা নহ’ব। আৰক্ষী বিষয়াই কলেও কোনেও পইচা সংগ্ৰহ নকৰিব। অপৰাধ আৰু অপৰাধীক দেখিলে কঠোৰ হ’ব লাগিব।’

Previous Post

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন
সংবাদ

বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন

June 7, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ শিশুটিও ডায়েবেটিচত ভুগিব পাৰে! ইয়াৰ লক্ষণবোৰ কি?

আপোনাৰ শিশুটিও ডায়েবেটিচত ভুগিব পাৰে! ইয়াৰ লক্ষণবোৰ কি?

মানিক সাহা হ’ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্রী

মানিক সাহা হ'ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্রী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8