• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিজ্ঞাপনৰ নামত ৩,৭২৩ কোটি টকা খৰচ চৰকাৰৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 16, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
বিজ্ঞাপনৰ নামত ৩,৭২৩ কোটি টকা খৰচ চৰকাৰৰ
Share on FacebookShare on Twitter

বিজ্ঞাপনৰ নামতেই ব্যয় হৈছে ৩ হাজাৰ কোটিতকৈ অধিক টকা। বৃহস্পতিবাৰে ৰাজ্যসভাত এই সন্দৰ্ভত তথ্য দাঙি ধৰা হয়। এই অনুসৰি চৰকাৰে কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ জৰিয়তে যোৱা পাঁচ বছৰত বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ বিজ্ঞাপনত মুঠ ৩,৭২৩.৩৮ কোটি ব্যয় কৰিছে বুলি এক লিখিত উত্তৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে জানিবলৈ দি কয় যে যোৱা পাঁচ বছৰত বিজ্ঞাপন আৰু প্ৰচাৰৰ ব্যয় বৃদ্ধি হোৱা নাই।

চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১৭-১৮ বৰ্ষত বিজ্ঞাপনত ১,২২০.৮৯ কোটি টকা ব্যয় কৰা হৈছিল আনহাতে ২০১৮-১৯ বৰ্ষত ১,১০৬.৮৮ কোটি টকা ব্যয় হৈছিল।এয়া ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বতে আছিল। ঠাকুৰে কয় যে,”চৰকাৰে ২০১৯-২০ বৰ্ষত ৬২৭.৬৭ কোটি টকা ব্যয় কৰাৰ বিপৰীতে ২০২০-২১ বৰ্ষত ৩৪৯.০৯ কোটি আৰু ২০২১-২২ বৰ্ষত ২৬৪.৭৮ কোটি টকা ব্যয় কৰিছে।

কংগ্ৰেছ সদস্য চৈয়দ নাছিৰ হুছেইনৰ এক প্ৰশ্নৰ উত্তৰত ঠাকুৰে কয়, “উপৰোক্ত তথ্য অনুসৰি, যোৱা কেইবছৰমানত বিজ্ঞাপন আৰু প্ৰচাৰৰ ব্যয় বৃদ্ধি হোৱা নাই।”

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন

Related Posts

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী
ৰাজনীতি

মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী

September 22, 2023
ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ
অসম

ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ

September 21, 2023
বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী ক্ষেত্ৰত “ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ” শীৰ্ষক এলানি নতুন ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ
সংবাদ

বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী ক্ষেত্ৰত “ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ” শীৰ্ষক এলানি নতুন ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ

September 21, 2023
Next Post
মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন

আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ চোৰাংচিকাৰী

আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ চোৰাংচিকাৰী

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8