• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি ঘোষিত হ’ব গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক by নিউজ ডেস্ক
December 8, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
আজি ঘোষিত হ’ব গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল
Share on FacebookShare on Twitter

আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। ভোটগণনাৰ বাবে স্থানীয় প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে আৰু ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ কৰা হৈছে আৰু সন্ধিয়ালৈ দেশে সম্পূৰ্ণ ফলাফল লাভ কৰিব।

এগজিট প’লৰ অনুমানত কোৱা হৈছে যে বিজেপিয়ে এইবাৰ গুজৰাটত বৃহৎ বিজয় সাব্যস্ত কৰিব। বিজেপিয়ে সৰ্বশক্তিৰে যুঁজ দিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও নিৰ্বাচনী প্ৰচাৰ চলাইছিল। স্থানীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিজেপি নেতাসকলৰ সৈতে কন্দ্ৰীয় মন্ত্ৰী আৰু সংগঠনৰ কেইবাগৰাকীও নেতাই গুজৰাটত প্ৰচাৰ চলাইছিল।

বিজেপিয়ে গুজৰাটত বিগত ৬টা বিধানসভা নিৰ্বাচনত ধাৰাবাহিক ভাৱে বিজয়ী হৈ আহিছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৯৯খন আসন দখল কৰিছিল, কংগ্ৰেছে পাইছিল ৭৭খন আসন। শতাংশৰ হিচাপত চাবলৈ গ’লে উক্ত নিৰ্বাচনত বিজেপিয়ে ৪৯.০৫ শতাংশ ভোট লাভ কৰিছিল, কংগ্ৰেছে লাভ কৰিছিল ৪২.৯৭ শতাংশ।

Previous Post

লখিমপুৰৰ ম’হঘূলিত যুৱকৰ আক্রমণত আহত ৪ জন

Next Post

আজিৰে পৰা জিলাই জিলাই ড০ বাণীকান্ত কাকতি মেধা বঁটা অনুষ্ঠান

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
আজি গান্ধী জয়ন্তী
ৰাজনীতি

আজি গান্ধী জয়ন্তী

October 2, 2023
অগ্নিবীৰত নিযুক্তি পোৱা অসমৰ ১৭৫ জন NCC কেডেটক সম্বৰ্দ্ধনা জনালে মন্ত্ৰী নন্দিতা গাৰ্লচাই
ৰাজনীতি

অগ্নিবীৰত নিযুক্তি পোৱা অসমৰ ১৭৫ জন NCC কেডেটক সম্বৰ্দ্ধনা জনালে মন্ত্ৰী নন্দিতা গাৰ্লচাই

September 30, 2023
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত ভাৰ্ছুৱেলী উদ্বোধন কৰিলে ৫ জি অভিজ্ঞতা কেন্দ্ৰ
প্ৰযুক্তি

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত ভাৰ্ছুৱেলী উদ্বোধন কৰিলে ৫ জি অভিজ্ঞতা কেন্দ্ৰ

September 29, 2023
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত উদ্বোধন কৰিব ৫ জি অভিজ্ঞতা কেন্দ্ৰ
ৰাজনীতি

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত উদ্বোধন কৰিব ৫ জি অভিজ্ঞতা কেন্দ্ৰ

September 28, 2023
Next Post
আজিৰে পৰা জিলাই জিলাই ড০ বাণীকান্ত কাকতি মেধা বঁটা অনুষ্ঠান

আজিৰে পৰা জিলাই জিলাই ড০ বাণীকান্ত কাকতি মেধা বঁটা অনুষ্ঠান

কাজিৰঙাত নিৰ্মাণ হ’ব পঞ্চতাৰকাযুক্ত ৰিজ’ৰ্ট

কাজিৰঙাত নিৰ্মাণ হ'ব পঞ্চতাৰকাযুক্ত ৰিজ'ৰ্ট

বৰঝাৰৰ বায়ু সেনা চাউনি পৰিদৰ্শন এয়াৰ মাৰ্শ্বেল এছ পি ধাৰকৰৰ

বৰঝাৰৰ বায়ু সেনা চাউনি পৰিদৰ্শন এয়াৰ মাৰ্শ্বেল এছ পি ধাৰকৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8