• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘ভাৰত জোড়ো যাত্ৰা’ত মেধা পাটকাৰৰ অংশগ্ৰহণক লৈ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কটাক্ষ!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 19, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
‘ভাৰত জোড়ো যাত্ৰা’ত মেধা পাটকাৰৰ অংশগ্ৰহণক লৈ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কটাক্ষ!
Share on FacebookShare on Twitter

গুজৰাট বিধানসভা নিৰ্বাচনক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত ৰাজনৈতিক বাত বিতণ্ডা অব্যাহত থকাৰ মাজতে কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ত সমাজকৰ্মী মেধা পাটকাৰে অংশগ্ৰহণ কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে।

উল্লেখ্য যে, দুদিন পূৰ্বে ভাৰত জোড়ো যাত্ৰা মহাৰাষ্ট্ৰৰ ৱাছিমত ৰাহুল গান্ধীয়ে এখন ৰাজহুৱা সভা সম্বোধন কৰিছিল আৰু মেধা পাটেকাৰো ইয়াত জড়িত আছিল।

এই সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে টুইট কৰি কয় যে , “কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে বাৰে বাৰে গুজৰাট আৰু গুজৰাটীসকলৰ প্ৰতি তেওঁলোকৰ শত্ৰুতা প্ৰদৰ্শন কৰিছে। মেধা পাটকাৰক তেওঁৰ ভাৰত জোড়ো যাত্ৰাত মুখ্য স্থান প্ৰদান কৰি ৰাহুল গান্ধীয়ে দেখুৱাইছে যে তেওঁ সেই সকলৰ লগত জড়িত আছে যিয়ে কেইবা দশক ধৰি গুজৰাটক পানীৰ পৰা বঞ্চিত কৰিছিল। গুজৰাটে ইয়াক সহ্য নকৰিব।”

উল্লেখ্য যে, ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশতে চলি আছে ভাৰত জোড়ো যাত্ৰা।

Previous Post

মিৰ্জাৰ নৰ্থ ইষ্ট স্পৰ্টচ একাডেমীৰ সাফল্য

Next Post

হিমস্খলনত জম্মু-কাশ্মীৰত ৩ জন সৈনিকৰ মৃত্যু

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Next Post
হিমস্খলনত জম্মু-কাশ্মীৰত ৩ জন সৈনিকৰ মৃত্যু

হিমস্খলনত জম্মু-কাশ্মীৰত ৩ জন সৈনিকৰ মৃত্যু

ৰাজ্যজুৰি দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা প্ৰথম NDRF বাহিনীৰ

ৰাজ্যজুৰি দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা প্ৰথম NDRF বাহিনীৰ

মহাবীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্মজয়ন্তীৰ শুভাৰম্ভ

মহাবীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্মজয়ন্তীৰ শুভাৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8