• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দিল্লীস্থ অসমৰ চিকিৎসকৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 23, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
দিল্লীস্থ অসমৰ চিকিৎসকৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক!
Share on FacebookShare on Twitter

অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে নতুন দিল্লীত সেৱাৰত অসমৰ চিকিৎসকসকলৰ সৈতে দিল্লীৰ আছাম ভৱনত এখন বৈঠকত মিলিত হৈ অসমৰ চিকিৎসা তথা স্বাস্থ্য খণ্ডক অধিক বিকশিত কৰাৰ বিষয়ে আলোচনা কৰে। বৈঠকখনত মন্ত্ৰীগৰাকীয়ে অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ নতুন নতুন বিভাগত চুপাৰস্পেচিয়েলিটী পাঠ্যক্ৰম মুকলিৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত প্ৰতিটো বিভাগৰে বিশ্বমানৰ ছুপাৰস্পেচিয়েলিটী সেৱা উপলব্ধ কৰাৰ ক্ষেত্ৰত যথাসম্ভৱ সহযোগিতা আগবঢ়োৱাৰ বাবে চিকিৎসক আৰু চিকিৎসা বিষয়াসকলক আহ্বান জনায়।

To further strengthen and develop the healthcare sector in Assam, had a fruitful discussion with Specialist doctors, natives of Assam and are practicing in New Delhi, and urged them for their cooperation in a meeting at Assam House in the national capital today. pic.twitter.com/boUJEdJnpc

— Keshab Mahanta (@keshab_mahanta) November 22, 2022

তদুপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে অসমত স্বাস্থ্য সেৱা ব্যৱস্থাৰ গুনগত মান আৰু আন্তঃগাঁথনিৰ আমূল পৰিৱৰ্তন সাধনৰ বাবে লোৱা ব্যৱস্থাৱলীৰ লগতে ৰাজ্যখনত নতুন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি চিকিৎসা শিক্ষাৰ আন্তঃগাঁথনিৰ ব্যাপক সম্প্ৰসাৰণ ঘটোৱাৰ বিষয়েও তেওঁলোকক অৱগত কৰে।

অসমৰ কৰ্কট ৰোগ, হৃদৰোগ আৰু স্নায়ুৰোগত আক্ৰান্ত লোকসকলৰ বাবে ইতিমধ্যে বিশ্বমানৰ আন্তঃগাঠনি আৰু চিকিৎসা যন্ত্ৰ-পাতিৰে বিভিন্ন জিলাত অত্যাধুনিক কৰ্কট চিকিৎসা প্ৰতিষ্ঠান আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ দৰে ছুপাৰস্পেচিয়েলিটি হস্পিতাল মুকলিৰ প্ৰসংগ উল্লেখ কৰে। লগতে এই ধৰণৰ উন্নত, অত্যাধুনিক চিকিৎসালয়ৰ বাবে পৰ্যন্ত সংখ্যক চিকিৎসা বিশেষজ্ঞৰ প্ৰয়োজন হোৱাৰ ক্ষেত্ৰত তেওঁ ৰাজ্যৰ বাহিৰত সেৱাৰত চিকিৎসা বিশেষজ্ঞসকলৰ সহযোগিতা কামনা কৰে। তদুপৰি, আজিৰে পৰা তিনিদিনীয়াকৈ অসম চৰকাৰে আয়োজন কৰা বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ প্ৰতিটো কাৰ্যসূচীত উপস্থিত থকাৰ বাবে অসম চৰকাৰৰ হৈ এই বৈঠকতে চিকিৎসকসকলক তেওঁ আমন্ত্ৰণ জনায়৷

Previous Post

HDFC বেংকে শিক্ষাৰ পেমেণ্ট ডিজিটেলাইজ কৰিবলৈ ফ্লাইৱায়াৰৰ সৈতে কৰিছে অংশীদাৰিত্ব

Next Post

অসম আৰক্ষীৰ ৬০ গৰাকীলৈ ‘অতি উৎকৃষ্ট সেৱা পদক’ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
Next Post
অসম আৰক্ষীৰ ৬০ গৰাকীলৈ ‘অতি উৎকৃষ্ট সেৱা পদক’ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

অসম আৰক্ষীৰ ৬০ গৰাকীলৈ 'অতি উৎকৃষ্ট সেৱা পদক' কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

নাগালেণ্ড আৰক্ষীয়ে অসমত প্ৰৱেশ কৰি ভাঙিলে ব্যৱসায়ীক প্ৰতিষ্ঠান!

নাগালেণ্ড আৰক্ষীয়ে অসমত প্ৰৱেশ কৰি ভাঙিলে ব্যৱসায়ীক প্ৰতিষ্ঠান!

শীঘ্ৰেই ৰাজ্যৰ লক্ষাধিক লোকৰ কৰ্তন হ’ব ৰেছন কাৰ্ড!

শীঘ্ৰেই ৰাজ্যৰ লক্ষাধিক লোকৰ কৰ্তন হ'ব ৰেছন কাৰ্ড!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8