• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীত ভয়াবহ ৰূপ ক’ভিডৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 20, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
গুৱাহাটীত ভয়াবহ ৰূপ ক’ভিডৰ

Image by fernando zhiminaicela from Pixabay

Share on FacebookShare on Twitter

গুৱাহাটীত ভয়ংকৰ হাৰত বিয়পিছে ক’ভিড৷ চৰকাৰে ক’ভিড ভেকচিন বাধ্যতামূলক কৰিছে যদিও বহুলোকে এতিয়াও ভেকচিন নোলোৱাকৈ আছে। যোৱা ২৪ ঘণ্টাত ১,৯২৯জন কেৱল গুৱাহাটীতে আক্ৰান্ত হৈছে৷ GMCHত বৰ্তমান চিকিৎসাধীন হৈ আছে ৩০০ ক’ভিড আক্রান্ত। বৰ্তমান সৰুসজাইত চিকিৎসাধীন হৈ আছে ৬৭ গৰাকী। GMCHৰ আইচিইউত চিকিৎসাধীন হৈ ৩৫ গৰাকীৰ আক্ৰান্তৰ ভিতৰত ৫ গৰাকীয়ে ভেকচিন লোৱা নাই আৰু ৫ জনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে, ৮৯.১৪ ℅ ভেকচিন লোৱা লোক পুনৰ আক্রান্ত হৈছে ক’ভিডত৷ ২০ৰ পৰা ৩০ বছৰ বয়সৰ লোক আৰু ৬০ৰ উৰ্ধ্বৰ লোক সৰ্বাধিক আক্রান্ত হৈছে এইবাৰ৷ প্ৰতিদিনে ৩,০০০ কৈও অধিক ক’ভিড পৰীক্ষা হৈছে GMCHত আৰু ইয়াৰ ভিতৰত ৩০০ৰো অধিক পজিটিভ পোৱা যায় প্ৰতিদিনে৷ অৱশ্যে এইবাৰ বেছি সংখ্যক হোম আইচ’লেশ্বন কৰা হৈছে ক’ভিড আক্রান্তক৷ হোম আইচ’লেশ্বনত থকা লোকে শ্বাস-প্ৰশ্বাসত অসুবিধা পালে হোম আইচোলেশ্বনৰ পৰা চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰা হ’ব৷
চৰকাৰে দিয়া ক’ভিড নিৰ্দেশনা অমান্য কৰি মাস্ক নিপিন্ধাকৈ ঘূৰিছে বহুজন। যাৰ বাবে গুৱাহাটীত দৈনিক বৃদ্ধি হৈছে সংক্ৰমন।

 

Previous Post

সকাহ! গুৱাহাটীৰ ৫২ পার্কিং আস্থান বিনামূলীয়া

Next Post

আজি দিল্লীলৈ দুই মুখ্যমন্ত্ৰী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজি দিল্লীলৈ দুই মুখ্যমন্ত্ৰী

আজি দিল্লীলৈ দুই মুখ্যমন্ত্ৰী

সমাগত গণৰাজ্য দিৱস! ১১.২লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকাৰে সাজু অসম খাদী ব’ৰ্ড

সমাগত গণৰাজ্য দিৱস! ১১.২লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকাৰে সাজু অসম খাদী ব’ৰ্ড

নৱবৰ্ষৰ তৃতীয়টো সপ্তাহতেই কাজিৰঙাত গড় হত্যা

নৱবৰ্ষৰ তৃতীয়টো সপ্তাহতেই কাজিৰঙাত গড় হত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8