• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কংগ্ৰেছৰ মিটিঙত কি কি হয়, মই সকলো খবৰ পাওঁঃ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক by নিউজ ডেস্ক
March 21, 2022
in ৰাজনীতি, অসম
1 min read
0
কংগ্ৰেছৰ মিটিঙত কি কি হয়, মই সকলো খবৰ পাওঁঃ হিমন্ত বিশ্ব শৰ্মা
Share on FacebookShare on Twitter

ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিধায়ক বেচা-কিনা প্ৰসংগক লৈ আজি বিধানসভা উত্তপ্ত হৈ পৰে। বিৰোধীৰ উত্তাল প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰীয়ে উক্ত বিষয়টোক লৈ সদনত মন্তব্য ৰাখে। বিৰোধীৰ কটাক্ষৰ প্ৰত্যুত্তৰ দি ড০ শৰ্মাই কয়- মই কোনো বিৰোধীৰ বিধায়কৰ ঘৰলৈ যাব নোৱাৰিম নেকি? এগৰাকী মুখ্যমন্ত্ৰী যদি বিৰোধী বিধায়কৰ ঘৰলৈ যাব নোৱাৰে তেন্তে মই নাযাঁও। লগতে তেওঁ দেওবাৰে অনুষ্ঠিত হৈ যোৱা বিৰোধীৰ বৈঠকক লৈও মন্তব্য ৰাখে। তেওঁ কয়- কালি কংগ্ৰেছৰ মিটিঙত কি আলোচনা হৈছে মই জানো, কি কি কথা পাতিছে মোক কোৱা মানুহ আছে। কালি তেওঁলোকে আলোচনা কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিম। কংগ্ৰেছৰ মিটিঙৰ কথা মই কব নালাগে যদিও মই চব গম পাই থাকো।

মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰো নাম নোলোৱাকৈ কয় যে, এজনে কালি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলক যেনেদৰে বেয়াকৈ কৈছে ৰাতি মোক কেইবাজনো বিধায়কে ফোন কৰিছে আৰু কৈছে যে, খোলাকৈ বিজেপিত ভোট দি দিও নেকি? উল্লেখ্য যে, কংগ্ৰেছত হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট আছে বুলি পূৰ্বতেও তেওঁ মুকলিকৈ কৈ আহিছে। বিধানসভা নিৰ্বাচনৰ সময়তো এই প্ৰসংগই সংবাদ শিৰোনাম দখল কৰিছিল কিন্তু শেহতীয়াকৈ পুনৰ এই বিষয়টো চৰ্চালৈ আহিছে।

Previous Post

নৃশংসঃ ৮ বছৰীয়া শিশুক দলবদ্ধ বলাৎকাৰ

Next Post

দ্য কাশ্মীৰ ফাইলছঃ সত্য নম্ৰতাৰে প্ৰকাশ কৰা উচিত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
দ্য কাশ্মীৰ ফাইলছঃ সত্য নম্ৰতাৰে প্ৰকাশ কৰা উচিত

দ্য কাশ্মীৰ ফাইলছঃ সত্য নম্ৰতাৰে প্ৰকাশ কৰা উচিত

নকল সামগ্ৰী বিক্ৰীৰ অভিযোগত আটক ছয়জন

নকল সামগ্ৰী বিক্ৰীৰ অভিযোগত আটক ছয়জন

কলিয়াভোমোৰাৰ দ্বিতীয়খন দলং মুকলি হ’ব জুনত

কলিয়াভোমোৰাৰ দ্বিতীয়খন দলং মুকলি হ’ব জুনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8