• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১০দিনৰ ভিতৰত মচিব লাগিব ছবিঃ মুকলি আকাশৰ তললৈ নীলিম মহন্ত

নিউজ ডেস্ক by নিউজ ডেস্ক
March 29, 2022
in ৰাজনীতি, উত্তৰ পূৰ্বাঞ্চল
1 min read
0
১০দিনৰ ভিতৰত মচিব লাগিব ছবিঃ মুকলি আকাশৰ তললৈ নীলিম মহন্ত
Share on FacebookShare on Twitter

অৱশেষত শিল্পী নীলিম মহন্ত আৰু অধিবক্তা ইব’মিলিকে আজি জামিন লাভ কৰে। য়ুপিয়া জিলা আদালতত দুয়োজনকে আজি আদালতত হাজিৰ কৰাই ইটানগৰ আৰক্ষীয়ে। দুদিনৰ বাবে আৰক্ষী জিম্মাত লৈ অনা দুয়োজন নদীবান্ধৰ প্ৰতিবাদকাৰীক য়ুপিয়া প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতে কিছুসময়ৰ পূৰ্বে জামিন মঞ্জুৰ কৰে।

আৰক্ষীয়ে আদালতত জনায় যে, দুয়োজনৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা গোচৰটোত অধিক তদন্ত কৰিব লগা নাই বাবে দূয়োজন অভিযুক্তক আৰক্ষীৰ জিম্মাত ৰখাৰ প্ৰয়োজন নাই। আদালতে নীলিম মহন্তক অৰুণাচল প্ৰদেশ সচিবালয়ৰ দেৱালত অংকন কৰা চিত্ৰ দহ দিনৰ ভিতৰত মচি দিবলৈ নিৰ্দেশ দিছে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

অসমবাসীলৈ বিহুৰ উপহাৰ! ৰাজ্যৰ সকলো টোল গেটৰ কৰ বৃদ্ধি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
অসমবাসীলৈ বিহুৰ উপহাৰ! ৰাজ্যৰ সকলো টোল গেটৰ কৰ বৃদ্ধি

অসমবাসীলৈ বিহুৰ উপহাৰ! ৰাজ্যৰ সকলো টোল গেটৰ কৰ বৃদ্ধি

প্ৰতিবাদমুখৰ দেশ-ৰাজ্যঃ মোডী-শৰ্মা চৰকাৰলৈ ৰাইজৰ সতৰ্কবাণী !

প্ৰতিবাদমুখৰ দেশ-ৰাজ্যঃ মোডী-শৰ্মা চৰকাৰলৈ ৰাইজৰ সতৰ্কবাণী !

মুক্ত মনক সঁজাত বন্দী কৰি ৰখাটো সম্ভৱ নহয়…জুবিনে কিয় ক’লে

মুক্ত মনক সঁজাত বন্দী কৰি ৰখাটো সম্ভৱ নহয়…জুবিনে কিয় ক’লে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8