• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নগাওঁ আৰু কাছাৰ কাগজ কললৈ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেস্ক by নিউজ ডেস্ক
March 23, 2022
in ৰাজনীতি, অসম
1 min read
0
নগাওঁ আৰু কাছাৰ কাগজ কললৈ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Share on FacebookShare on Twitter

নগাওঁ আৰু কাছাৰ কাগজ কল দুয়োটা ক্ৰয় কৰিব ৰাজ্যৰ উদ্যোগ বিভাগে। আজি পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ৰাজ্যৰ উদ্যোগ বিভাগক কাগজ কল দুয়োটা ক্ৰয় কৰিবলৈ ৩৭৫ কোটি টকা ধনৰ অনুমোদন দিয়া হৈছে।

উল্লেখ্য যে, নগাওঁ আৰু কাছাৰ কাগজ তল দুয়োটা বন্ধ হোৱাৰ পিছতে সুদীৰ্ঘ দিন ধৰি দুয়োটা কাগজ কলৰ কৰ্মচাৰীয়ে লাভ কৰা নাই তেওঁলোকৰ প্ৰাপ্য দৰমহাকে ধৰি অন্যান্য প্ৰাপ্য সমূহ। ইতিমধ্যে আৰ্থিক দৈন্যতাত ভূগি বহু কেইজন কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে পথো গ্ৰহণ কৰিছে। কাগজ কল দুটা বন্ধ হোৱাৰ লগে লগে ইয়াৰ লগত জড়িত হৈ থকা মুঠ ১৪০০ পৰিয়ালৰ প্ৰায় ৩ হাজাৰ লোকৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে। দুয়োটা কাগজ কল ইতিমধ্যে নিলামৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল যদিও কোনো প্ৰতিষ্ঠানে কাগজ কল দুয়োটা ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰা নাছিল।

২০২১ চনৰ মে’মাহত কাগজ কলৰ সম্পত্তিৰ নূন্যতম মূল্য ১১৩৯ কোটি টকা ধাৰ্য কৰা হৈছিল। কিন্তু যোৱা ১৫ ফেব্ৰুৱাৰী ২০২২ তাৰিখৰ নিলাম জাননী মতে সেই মূল্য কমাই ৪২৯ কোটি টকা কৰা হৈছিল।

উল্লেখ্য যে, নগাঁও আৰু কাছাৰ কাগজ কলৰ আছে ২০০০ একৰ মাটিসহ অত্যাধুনিক যন্ত্ৰপাতি। এই যন্ত্ৰপাতিসমূহ এতিয়াও বিকল হৈ যোৱা নাই। দুয়োটা কাগজ কলৰ অধীনত থকা ভূমিৰ মূল্যই বৰ্তমান সময়ত কেইবা হাজাৰ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছিল।

কাগজ কল দুয়োটা বিক্ৰীৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰ মাজতে এই দুয়োটা কল ৰাজ্য চৰকাৰকে ক্ৰয় কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল ৰাজ্যৰ বিভিন্নজন লোকৰ লগতে একাংশ সংগঠনেও। ইতিমধ্যে ৰাজ্য চৰকাৰে কাগজ কল দুটাৰ কৰ্মচাৰীৰ লগত বৈঠকত মিলিত হৈ তেওঁলোকক আদায় দিবলগীয়া ধন আদায় দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

উল্লেখ্যে যে বিগত প্ৰায় ৬০ মাহতকৈ অধিক সময় ধৰি দৰমহা বন্ধ হৈ থকা শ্ৰমিকসকলৰ আৰ্থিক দিনতাৰ বাবেই ১০০ জনতৈ অধিক কৰ্মচাৰীৰ মৃত্যু হৈছে। সেয়েহে কেবিনেট বৈঠকত লোৱা আজিৰ এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

Previous Post

শুই থকা অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ ১১ জন

Next Post

১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

কিশোৰক অকথ্য নিৰ্যাতন চলোৱা SI বৰদলৈক নিলম্বন

লাহৰীঘাট থানাৰ উপ-পৰিদৰ্শকৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত গোচৰ

ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল কৌটি টকাৰ সম্পত্তি

ভয়াৱহ অগ্নিকাণ্ডত জাহ গ'ল কৌটি টকাৰ সম্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8