• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ মেডিকেল কলেজৰ নিযুক্তিৰ বাবে বৃদ্ধি বয়সৰ সময়সীমা

নিউজ ডেস্ক by নিউজ ডেস্ক
September 24, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
অসমত লুপ্ত হ’ল ৰেভিনিউ টাউন
Share on FacebookShare on Twitter

শুকুৰবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সমূহ—–
  • চিকিৎসা মহাবিদ্যালয়সমূহত ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত।পূৰ্বতকৈ দুখন আসন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ।প্রাক্তন সৈনিকৰ বাবে এম.বি.বি.এছ.ত পূৰ্বৰ ৩ খনৰ ঠাইত ৯ খন আসন বৃদ্ধি কৰা হ’ব।
  • মেডিকেল কলেজৰ নিযুক্তিৰ বাবে বৃদ্ধি বয়সৰ সময়সীমা।আটাইকেইটা বিভাগৰ বাবে দুবছৰকৈ বৃদ্ধি কৰা হ’ব বয়সৰ সময়সীমা। জেনেৰেলৰ শ্ৰেণীৰ বাবে ৩৮ বছৰৰ পৰিৱৰ্তে ৪০ বছৰ, OBC, MOBCৰ বাবে ৪০ বছৰৰ পৰিৱৰ্তে ৪২ বছৰ বয়সৰ সময়সীমা বৃদ্ধি। আনহাতে, ST, SCৰ ৪৩ বছৰ পৰিৱৰ্তে ৪৫ বছৰলৈ বৃদ্ধি বয়সৰ সীমা। ফিছাৰী নিগমৰ অধীনৰ ফিছাৰীসমূহলৈ সৌৰ পেনেলৰ অনুমতি প্ৰদান APDCLক। এক চুক্তি সম্পন্ন কৰি ওপঙা সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে অসম মীন উন্নয়ন নিগম লিমিটেড (AFDCL)ৰ অধীনত বিলৰ ব্যৱহাৰকাৰী অধিকাৰ ৩০ বছৰৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL)লৈ স্থানান্তৰ।
  • জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কামৰ বাবে ৪৬.৩৮ কোটি টকাৰ আবণ্টন। কামৰূপ, যোৰহাট, হাইলাকান্দিলৈ আগবঢ়োৱা হৈছে এই আবণ্টন। পূজাত অসম চাহ নিগমৰ বাগানৰ কৰ্মচাৰীলৈ ২০ শতাংশ বোনাচ। অসম চাহ নিগম লিমিটেডলৈ ইয়াৰ কৰ্মচাৰী–শ্ৰমিকক দুৰ্গা পূজাৰ বোনাছ প্ৰদানৰ বাবে ১৮.০২ কোটি টকা মুকলি।
  • গুণোৎসৱত এ গ্রেড পোৱা ৪,৮২৬খন স্কুললৈ ২৫হাজাৰ টকাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ। চিটী গেছ ডিষ্ট্ৰিবিউচন পাইপলাইন (CGDP) স্থাপনৰ প্ৰক্ৰিয়াটো সুশৃংখলিত কৰিবলৈ উপায়ুক্তৰ জৰিয়তে সময় নিৰ্ধাৰিত পদ্ধতিৰে ৰাইট অব ৱেৰ বাবে খননৰ অনুমতি প্ৰদান কৰা হ’ব।
  • নীৰ নিৰ্মল পৰিযোজনা সূচাৰুৰূপে ৰূপায়ণৰ প্ৰতি লক্ষ্য ৰাখি ৩খন জিলা কামৰূপ (মহানগৰ), যোৰহাট আৰু হাইলাকান্দিত বৃহৎ মাল্টী–ভিলেজ আঁচনি সম্পূৰ্ণ কৰাৰ বাবে অতিৰিক্ত ৪৬.৩৮ কোটি আবণ্টন।
  • ১২০.২ কোটি প্ৰস্তাৱিত বাজেটৰ সৈতে ৭ বছৰৰ বাবে অসম পশু খাদ্য মিছন স্থাপন কৰা হ’ব। ৪০,৯০০ হিতাধিকাৰীৰ প্ৰশিক্ষণ আৰু ক্ষমতা নিৰ্মাণ তথা অত্যাধুনিক খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ৮৫ গৰাকী দুগ্ধ পালকৰ বাবে নিয়োগ সৃষ্টি। ঔদ্যোগিক উদ্দেশ্যৰে চক্ৰ বিষয়াসকলে কেৱল CGDP স্থাপনৰ বাবে ১০ বিঘা পৰ্যন্ত কৃষিভূমি পুনঃশ্ৰেণীভুক্ত তথা হস্তান্তৰকৰণ কৰিব পাৰিব। অক্টোবৰ ২০২২ৰ ভিতৰত ই ঋণদাতাসকলক অতিৰিক্ত পৰিমাণৰ ব্যৱস্থা অন্তৰ্ভুক্তিৰে প্ৰায় ১.০৭ লাখ হিতাধিকাৰীক সামৰি ল’ব আৰু ডিচেম্বৰ ২০২২ৰ ভিতৰত জিলা অনুসৰি হিতাধিকাৰীসকলক উদগনি ৰাশি প্ৰদান কৰা হ’ব। প্ৰয়োজনীয় বিত্তীয় অনুমোদনৰ সন্মতি প্ৰদান কৰাৰ বাবে বিদ্যমান নিৰ্দেশনাৱলীত ৬টা সংশোধনৰ সৈতে অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰা হ’ব।
Previous Post

১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Next Post

সুৰা পান কৰি ড্ৰাইভিং চিটত বহাৰ লগে লগে বাজিব এলাৰ্ম!

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
সুৰা পান কৰি ড্ৰাইভিং চিটত বহাৰ লগে লগে বাজিব এলাৰ্ম!

সুৰা পান কৰি ড্ৰাইভিং চিটত বহাৰ লগে লগে বাজিব এলাৰ্ম!

টেনিছৰ এটি বৰ্ণিল যুগৰ অৱসানঃ সমগ্ৰ বিশ্বক কন্দুৱাই ফেডাৰাৰে ললে অৱসৰ

টেনিছৰ এটি বৰ্ণিল যুগৰ অৱসানঃ সমগ্ৰ বিশ্বক কন্দুৱাই ফেডাৰাৰে ললে অৱসৰ

GMCৰ কাৰ্যালয়ত পুনৰ চলিল CM ভিজিলেঞ্চৰ অভিযান

কৰ সংগ্রহৰ বাবে ব্যক্তিগত প্রতিষ্ঠানক দিয়া নিবিদা বাতিলৰ সিদ্ধান্ত GMC ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8