• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পয়গম্বৰ বিতৰ্ক সন্দৰ্ভত ইমৰান খান সৰৱ, ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 10, 2022
in ৰাজনীতি, আন্তৰ্জাতিক
1 min read
0
পয়গম্বৰ বিতৰ্ক সন্দৰ্ভত ইমৰান খান সৰৱ, ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান!
Share on FacebookShare on Twitter

কুৱেইটৰ পিছত, এইবাৰ পাকিস্তানো পয়গম্বৰ বিতৰ্ক সন্দৰ্ভত সৰৱ হৈ পৰিছ। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে নূপুৰ শৰ্মাই হজৰত মহম্মদৰ ওপৰত কৰা বিতৰ্ক মন্তব্যৰ পাছতে ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে। একে সময়তে, তেওঁ পাকিস্তান চৰকাৰক নতুন দিল্লীৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰিবলৈ পৰামৰ্শ দিয়ে। ইমৰান খানে বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মাৰ পয়গম্বৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যক ক্ষোৰধাৰ সমালোচনা কৰিছে।

ইছলামাবাদত এখন উকীল সন্মিলনত ভাষণ দি তেওঁ পয়গম্বৰ বিতৰ্কৰ বাবে নতুন দিল্লীৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পাকিস্তানৰ জনসাধাৰণক ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈও আহ্বান জনাইছিল। তেহৰিক-ই-ইনচাফ দলৰ মুৰব্বীয়ে পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ চৰকাৰক সমালোচনা কৰাৰ লগতে তেওঁ শ্বাহবাজৰ চৰকাৰক আমদানি কৃত চৰকাৰ বুলি অভিহিত কৰিছিল। “মোদী চৰকাৰে ইচ্ছাকৃতভাৱে ভাৰতত বাস কৰা মুছলমানসকলৰ সৈতে উচতনিমূলক আৰু ঘৃণাৰ ৰাজনীতি কৰি আছে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ইছলামিক সহযোগিতা সংগঠনক ভাৰতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ইতিমধ্যে তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে ভাৰতক সমালোচনা কৰিছে।

Strongly condemn the hateful attack by a BJP spokesperson on our beloved Holy Prophet PBUH. Modi govt has been deliberately following a policy of provocation & hatred towards Muslims in India including inciting vigilante violence against them.

— Imran Khan (@ImranKhanPTI) June 5, 2022

এক টুইটযোগে তেওঁ কয়, “পয়গম্বৰ সম্পৰ্কে ভাৰতৰ বিজেপি নেতাৰ ক্ষতিকাৰক মন্তব্যক তীব্ৰ গৰিহণা দিছো। নৰেন্দ্ৰ মোডীৰ অধীনত ভাৰতত ধৰ্মীয় স্বাধীনতাক পদদলিত কৰা হৈছে। নিপীড়িতসকল হৈছে ইছলামৰ লোক। বিশ্বই প্ৰতিবাদ কৰা উচিত।” ইছলামাবাদে অনুভৱ কৰে যে, এই মন্তব্যই কেৱল পাকিস্তানৰ জনসাধাৰণেই নহয়, মুছলমানসকলৰ অনুভূতিক গভীৰভাৱে আঘাত কৰিছে।

Previous Post

ছন্দপতন: ডলাৰৰ বিপৰীতে ৭৭.৭৮লৈ নামিল ভাৰতীয় টকাৰ মূল্য

Next Post

মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী ব্ৰেষ্ট কেন্সাৰত আক্ৰান্ত!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী ব্ৰেষ্ট কেন্সাৰত আক্ৰান্ত!

মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী ব্ৰেষ্ট কেন্সাৰত আক্ৰান্ত!

ৰিজাৰ্ভ বেংকে সমবায় বেংকৰ জৰিয়তে ঋণৰ প্ৰবাহ বৃদ্ধি কৰাৰ সিদ্ধান্তক অমিত শ্বাহৰ আদৰণি

ৰিজাৰ্ভ বেংকে সমবায় বেংকৰ জৰিয়তে ঋণৰ প্ৰবাহ বৃদ্ধি কৰাৰ সিদ্ধান্তক অমিত শ্বাহৰ আদৰণি

অশোক সিংহলৰ দায়িত্বতেই আছে গুৱাহাটী উন্নয়ন বিভাগ!

অশোক সিংহলৰ দায়িত্বতেই আছে গুৱাহাটী উন্নয়ন বিভাগ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8