• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

টোল কৰ বৃদ্ধি; প্ৰতিবাদৰ হুংকাৰ বহু দল সংগঠনৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 30, 2022
in ৰাজনীতি, অসম
1 min read
0
টোল কৰ বৃদ্ধি; প্ৰতিবাদৰ হুংকাৰ বহু দল সংগঠনৰ
Share on FacebookShare on Twitter

পেট্ৰ’ল-ডিজেলৰ লগতে আন আন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পাছত, পুনৰ জনতাৰ মুৰত মাধমাৰ সোধাব ওলাইছে চৰকাৰে। ১ এপ্ৰিলৰ পৰা কাৰ্যকাৰী হোৱাকৈ ৰাজ্যৰ টোলগেটত টোলকৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনে৷ ৰাজ্যৰ আন টোলগেটৰ সমান্তৰালকৈ ডবকাৰ মিকিৰআটী হাওঁগাওঁ টোলগেটটো বৃদ্ধি হ’ব কৰ৷ বৰ্তমানে যি সমূহ চাৰিচকীয়া ব্যক্তিগত বাহন এই টোলগেটেৰ মাজেৰে পাৰ হওঁতে ৮০ টকা দিব লগা হৈছে ১ এপ্ৰিলৰ পৰা সেই সমূহ বাহনে ৯০ টকা দি এই এই টোলগেটৰ মাজেৰে পাৰ হ’ব লাগিব৷

ইয়াৰ সমান্তৰালকৈ সৰু বানিজ্যিক বাহনে বৰ্তমানৰ ১৩০ টকাৰ পৰিবৰ্তে ১৪৫ টকা ,যাত্ৰীবাহী বাছ আৰু মালবাহী ট্ৰাক সমূহে ২৭৫ টকাৰ পৰিবৰ্তে ৩০৫ টকা দি এই টোলগেটৰ মাজেৰে পাৰ হ’ব লাগিব ৷ ইয়াৰ উপৰিওঁ টোলগেটৰ পৰা ২০ কিলোমিটাৰ ভিতৰত থকা স্থানীয় চাৰিচকীয়া বাহনৰ মালিক সকলে মাহেকীয়া হিচাপত বৰ্তমানে দি অহা টোল কৰ ২৮৫ টকাৰ পৰিবৰ্তে ৩১৫ টকা দিব লাগিব ৷ চৰকাৰে টোলকৰ বৃদ্ধি কৰাৰ লৈ জাঙুৰ খাই উঠিছে ডবকাৰ একাধিক দল সংগঠন৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কয় যে, বৰ্তমানে চৰকাৰে এই টোলগেটৰ জৰিয়তে অবৈধ ভাবে টোল কৰ সংগ্ৰহ কৰি আছে , কিয়নো চৰকাৰৰ মন্ত্ৰীয়েই ঘোষণা কৰিছে যে দুখন টোলগেটৰ মাজত নিম্নতম ব্যৱধান হ’ব লাগে ৬০ কিলোমিটাৰ৷ কিন্তু ডবকা আৰু ৰহা টোলগেটৰ মাজৰ দূৰত্ব মাথো ৪৭ কিলোমিটাৰহে, গতিকে চৰকাৰে এই গেটৰ জৰিয়তে অবৈধ ভাবে সংগ্ৰহ কৰি থকা টোলকৰ বন্ধ কৰিব লাগে৷

আছুৰ হোজাই জিলা সমিতিৰ উপ-সভাপতিয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বজাৰ সকলো বস্তুৰে মূ্ল্যবৃদ্ধি হৈছে পুনৰ সাধাৰন জনতাৰ মূৰত ৰামটাঙোন সোধাই টোলকৰ বৃদ্ধি কৰা কাৰ্য কোনো কাৰনতে মানি লোৱা নহ’ব বুলি কয় ৷ চৰকৰে যদি অতি সোনকালে এই সিদ্ধান্ত বাতিল নকৰে তেনেহ’লে ৰাজপথত আন্দোলন কৰাৰো ভাবুকি দিয়ে আছু নেতাগৰাকীয়ে ৷ ইয়াৰ সমান্তৰালকৈ কৃষক মুক্তিয়ে চৰকাৰৰ এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰিবৰ বাবে আহবান জনাইছে৷

Previous Post

কেবিনেটৰ সিদ্ধান্তঃ তিনিটাকৈ চিলিণ্ডাৰ বিনামূলীয়া!

Next Post

বিশ্বাসঘাটকতা কৰিলে মুকলিকৈ জবাব দিব লাগিব: অখিল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বিশ্বাসঘাটকতা কৰিলে মুকলিকৈ জবাব দিব লাগিব: অখিল

বিশ্বাসঘাটকতা কৰিলে মুকলিকৈ জবাব দিব লাগিব: অখিল

২ এপ্ৰিলত গুৱাহাটীত ব্যক্তিত্ব বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাগ্ৰহণ বিষয়ক কৰ্মশালা

২ এপ্ৰিলত গুৱাহাটীত ব্যক্তিত্ব বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাগ্ৰহণ বিষয়ক কৰ্মশালা

নিউজ বুলেটিন

নিউজ বুলেটিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8