• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভাৰতে নেপালক উপহাৰ দিলে ৭৫খন এম্বুলেন্স!

নিউজ ডেস্ক by নিউজ ডেস্ক
July 4, 2022
in ৰাজনীতি, আন্তৰ্জাতিক
1 min read
0
ভাৰতে নেপালক উপহাৰ দিলে ৭৫খন এম্বুলেন্স!
Share on FacebookShare on Twitter

ভাৰত আৰু নেপালৰ মাজত সুমধুৰ সম্পৰ্ক অটুত ৰখাৰ উদ্দেশ্যে আৰু হিমালয় জাতিক স্বাস্থ্য আৰু শিক্ষা খণ্ডত নিজৰ আন্তঃগাঁথনি শক্তিশালী কৰাত সহায় আগবঢ়াবৰ বাবে ভাৰতে যোৱা দেওবাৰে নেপালক ৭৫খন এম্বুলেন্স আৰু ১৭খন স্কুল বাছ উপহাৰ দিয়ে ।

নেপালৰ শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ দেৱেন্দ্ৰ পৌডেলৰ উপস্থিতিত ভাৰতৰ নৱনিযুক্ত ৰাষ্ট্ৰদূত নবিন শ্ৰীবাস্তৱে বাহনসমূহৰ চাবি অৰ্পণ কৰে। ৭৫খন এম্বুলেঞ্চ উপহাৰ দিয়াটোৱে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাকে সূচাইছে বুলি ভাৰতীয় ৰাষ্ট্ৰদূত গৰাকীয়ে প্ৰকাশ কৰিছে। শ্ৰীবাস্তৱে কয় এম্বুলেন্স আৰু স্কুল বাছ উপহাৰ দিয়াটো দুয়োখন দেশৰে দীৰ্ঘদিনীয়া আৰু শক্তিশালী উন্নয়নৰ এক অংশ। নেপাল চৰকাৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰচেষ্টাৰে , উন্নয়নয়ৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত ভাৰত চৰকাৰৰ দীৰ্ঘদিনীয়া পৰম্পৰাসমূহৰ ভিতৰত এই পদক্ষেপো অন্যতম।

নেপালত ভাৰতে চলাই থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শলাগ লৈ পৌডেলে কয় এই পদক্ষেপসমূহে জনসাধাৰণৰ মাজত সংযোগ শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰি তুলিব। আনহাতে নেপালৰ বিভিন্ন জিলাত স্বাস্থ্যসেৱা আৰু শিক্ষা খণ্ডত কৰ্মৰত বিভিন্ন চৰকাৰী বিভাগ আৰু বেচৰকাৰী সংস্থাক ৭৫খন এম্বুলেন্স আৰু ১৭খন স্কুল বাছ অৰ্পণ কৰা হ’ব বুলি ভাৰতীয় মিছনে প্ৰকাশ কৰিছে। ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়তো ভাৰতে ২০২১ চনত নেপালক ৩৯খন ভেণ্টিলেটৰে সজ্জিত এম্বুলেন্স উপহাৰ দিছিল। একেদৰে ২০২০ চনত মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ভাৰতে নেপাললৈ ৪১ খন এম্বুলেন্স আৰু ৬ খন স্কুল বাছ উপহাৰ দিছিল।

Previous Post

আস্থা ভোটত জয়লাভ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ

Next Post

লালু প্ৰসাদ যাদৱ অসুস্থ, ICU ত ভৰ্তি

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!
ক্ৰাইম

টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!

June 7, 2023
Next Post
লালু প্ৰসাদ যাদৱ অসুস্থ, ICU ত ভৰ্তি

লালু প্ৰসাদ যাদৱ অসুস্থ, ICU ত ভৰ্তি

ছাব জুনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপত উজ্বলিল অন্বেষা খনিকৰ

ছাব জুনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপত উজ্বলিল অন্বেষা খনিকৰ

মণিপুৰৰ ভূমিস্খলনস্থলীৰ পৰা ৫ গৰাকীক লৈ অসম পালেহি পীয়ূষ হাজৰিকা!

মণিপুৰৰ ভূমিস্খলনস্থলীৰ পৰা ৫ গৰাকীক লৈ অসম পালেহি পীয়ূষ হাজৰিকা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8