• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২০২৪ চনৰ ভিতৰত আমেৰিকাৰ দৰে হ’ব ভাৰতৰ পথ সমূহ!

নিউজ ডেস্ক by নিউজ ডেস্ক
January 24, 2023
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
২০২৪ চনৰ ভিতৰত আমেৰিকাৰ দৰে হ’ব ভাৰতৰ পথ সমূহ!
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে সোমবাৰে মধ্যপ্ৰদেশৰ এখন সভা সম্বোধন কৰি ভগৱান ৰামৰ সৈতে সম্পৰ্কিত মধ্য প্ৰদেশৰ অৰ্ছা চহৰ অযোধ্যাৰ দৰে পুনৰুজ্জীৱিত কৰাৰ আশ্বাস দিয়ে। লগতে কয় যে ২০২৪ চনৰ ভিতৰত ৰাজ্যখনত পথৰ আন্তঃগাঁঠনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে বিকশিত কৰা হ’ব। ইতিমধ্যে ৰাজ্যখনত কেইবাটাও পথ প্ৰকল্পৰ কাম আৰম্ভ হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নিৱাৰী জিলাৰ অৰ্ছা ভ্ৰমণৰ সময়ত ১,৫০০ কোটি টকাৰ ছয় লেনৰ ইন্দোৰ-হায়দৰাবাদ পথকে ধৰি ১৮ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

তেওঁ কয় যে,”মধ্য প্ৰদেশৰ পথ আন্তঃগাঁথনি বিকশিত কৰা হ’ব । আৰু ২০২৪ চনৰ ভিতৰত ৰাজ্যখনৰ পথসমূহ আমেৰিকাৰ সৈতে তুলনা কৰিব পৰা যাব। মধ্য প্ৰদেশত পথ নিৰ্মাণৰ ক্ষেত্ৰত ৪০,০০০ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰা হৈছে। তাৰে ভিতৰত ২৫,০০০ কোটি টকাৰ কাম সম্পূৰ্ণ হোৱাৰ দিশত বুলি কয় মন্ত্ৰী গৰাকীয়ে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰ কি দৰে আদৰ্শ পুৰুষ হ’ব পাৰে?

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰ কি দৰে আদৰ্শ পুৰুষ হ’ব পাৰে?

পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰ কি দৰে আদৰ্শ পুৰুষ হ'ব পাৰে?

২৯ সপ্তাহত গৰ্ভপাত উচিত নহয়, শিশু জীয়াই থকাৰ সম্ভাৱনা অধিক!

২৯ সপ্তাহত গৰ্ভপাত উচিত নহয়, শিশু জীয়াই থকাৰ সম্ভাৱনা অধিক!

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8