• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মুখ্যমন্ত্ৰী, পৰ্যটন মন্ত্ৰী আৰু সদগুৰুৰ বিৰুদ্ধে এজাহাৰ দাখিল!

নিউজ ডেস্ক by নিউজ ডেস্ক
September 25, 2022
in ৰাজনীতি, অসম, ৰাষ্ট্ৰীয়
1 min read
0
মুখ্যমন্ত্ৰী, পৰ্যটন মন্ত্ৰী আৰু সদগুৰুৰ বিৰুদ্ধে এজাহাৰ দাখিল!
Share on FacebookShare on Twitter

বিজেপিৰ চিন্তন শিবিৰত অংশগ্ৰহণ কৰাৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সদগুৰুৱে নিশা কাজিৰঙা ভ্ৰমণত ওলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আটাইৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কৃষক সংগঠন জীপালে।

His blessings are special. His teachings, extraordinary.

Revered @SadhguruJV, in whose presence Kaziranga National Park opened today for tourists, has a special message to save precious Rhinos. And indeed he enjoyed the Jeep Safari.

Tourism Min Shri @jayanta_malla accompanied. pic.twitter.com/0donjtW9Vy

— Himanta Biswa Sarma (@himantabiswa) September 24, 2022

উল্লেখ্য, কাজিৰঙাৰ বৰগছ ৰিজ’ৰ্টত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে চিন্তন শিবিৰ। প্ৰথম দিনৰ কাৰ্যসূচীত উপস্থিত আছিল আধ্যাত্মিক গুৰু সদগুৰু।

বোকাখাট আৰক্ষী থানাত জীপালৰ নেতা সোণেশ্বৰ নৰহে অভিযোগ দাখিল কৰা বুলি জানিবলৈ দিয়ে সংগঠনটোৱে। সংগঠনটোৱে সদৰী কৰা অনুসৰি বন্যপ্ৰাণী আইন লাইফ প্ৰটেকশ্বন এক্ট ১৯৭২ ভংগ কৰাৰ বাবে সমাজকৰ্মী সোণেশ্বৰ নৰহ আৰু প্ৰবীণ পেগুৱে দাখিল কৰিছে এজাহাৰ। এই আইনে নিশা উদ্যান ভ্ৰমণক বৈধতা নিদিয়ে।

Previous Post

‘মন কী বাত’ত অসমীয়া অভিধান হেমকোষৰ ব্ৰেইলী সংস্কৰণক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

গুপ্তধন! আৰক্ষীয়ে খান্দি উলিয়ালে লাখে লাখে টকাৰ বাণ্ডিল

গুপ্তধন! আৰক্ষীয়ে খান্দি উলিয়ালে লাখে লাখে টকাৰ বাণ্ডিল

National Games: ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৩৬ সংখ্যক নেছনেল গেমছ

National Games: ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ৩৬ সংখ্যক নেছনেল গেমছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8