• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ডি ৱাই চন্দ্ৰচূড়

নিউজ ডেস্ক by নিউজ ডেস্ক
October 11, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ডি ৱাই চন্দ্ৰচূড়
Share on FacebookShare on Twitter

ভাৰতৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে নিজৰ উত্তৰাধিকাৰী হিচাপে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নাম প্ৰস্তাৱ কৰিছে।  ইয়াৰ লগে লগে ন্যায়াধীশ চন্দ্ৰচূড়ে ৯ নৱেম্বৰত ভাৰতৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু তেওঁৰ কাৰ্যকাল দুবছৰৰ অধিক হ’ব। উল্লেখ্য যে, মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে ৮ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। ৯ নৱেম্বৰত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব আৰু ১০ নৱেম্বৰ ২০২৪ত অৱসৰ গ্ৰহণ কৰিব।

প্ৰট’কল অনুসৰি বৰ্তমানৰ মুখ্য ন্যায়াধীশলৈ চৰকাৰে তেওঁৰ উত্তৰাধিকাৰীৰ নাম প্ৰস্তাৱ কৰাৰ বাবে এক আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশক অৰ্পণ কৰা হয় আৰু আইন মন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ১৯৯৮ চনত ভাৰতৰ অতিৰিক্ত চলিচিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ ২০১৩ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত লৈছিল। তেওঁ ব’ম্বে উচ্চ ন্যায়ালয়ৰ সৈতেও জড়িত আৰু ২০১৬ চনত উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰিছিল।

Previous Post

আজি অমিতাভ বচ্চনৰ জন্মদিন

Next Post

BCCI ৰ যুটীয়া সম্পাদক হোৱাৰ দিশে অসমৰ দেৱজিৎ শইকীয়া!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
BCCI ৰ যুটীয়া সম্পাদক হোৱাৰ দিশে অসমৰ দেৱজিৎ শইকীয়া!

BCCI ৰ যুটীয়া সম্পাদক হোৱাৰ দিশে অসমৰ দেৱজিৎ শইকীয়া!

এইবাৰ ৰাজনীতিত উজলিব জ্বলন্ত টৰ্চ

এইবাৰ ৰাজনীতিত উজলিব জ্বলন্ত টৰ্চ

পুনৰ কংগ্ৰেছী নেতাৰ বিজেপিত যোগদান

পুনৰ কংগ্ৰেছী নেতাৰ বিজেপিত যোগদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8