• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজমলৰ বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা কমলাকান্ত মুছাহাৰীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 3, 2022
in ৰাজনীতি, অসম
1 min read
0
আজমলৰ বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা কমলাকান্ত মুছাহাৰীৰ
Share on FacebookShare on Twitter

অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৰা বক্তব্য আৰু হিন্দু বিবাহ সম্পৰ্কে কৰা বিতৰ্কিত বক্তব্যক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰাক্তন উপ-সভাপতি কমলাকান্ত মুছাহাৰীয়ে তীব্ৰ গৰিহণা দিছে।

তেওঁ কয় যে মৌলানাৰ দৰে ইছলাম ধৰ্মীয় উচ্চ আসনত উপবিষ্ট, ভাৰতীয় সংবিধানৰ নামত শপত গ্ৰহণ কৰি ধুবুৰী সমষ্টিৰ সাংসদ পদত অধিষ্ঠিত হোৱা আৰু AIUDFৰ দৰে ভাৰতৰ নিৰ্বাচন আয়োগৰ পঞ্জীয়নভূক্ত দলৰ সভাপতি পদত থাকি অসমৰ মুখ্যমন্ত্ৰী আৰু হিন্দুসকলৰ বিবাহ সম্পৰ্কে বিতৰ্কিত বক্তব্য ৰখাৰ পিছত তেওঁ কোনো ধৰণৰ সাংবিধানিক, সামাজিক আৰু ৰাজহুৱা জীৱনত থকাৰ নৈতিক অধিকাৰ নাই।

যিজন ইছলাম ধৰ্মীয় মৌলানা, ভাৰতীয় সংবিধানৰ শপত লোৱা এজন সাংসদ, ভাৰতীয় নিৰ্বাচনী আয়োগৰ স্বীকৃতি পোৱা ৰাজনৈতিক দলৰ সভাপতি হৈও অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ৪/৫ জনী ছোৱালীক পলুৱাই নি লাভ জেহাদ কৰিবলৈ বক্তব্য দিয়াটো অক্ষমনীয় অপৰাধ। তেওঁৰ এই অশালীনতাৰ চৰম সীমা চেৰাই যোৱা বক্তব্যৰ মাজেৰে মৌলানা বদৰুদ্দিন আজমলে ভাৰতীয় সংবিধানক অৱনমিত কৰিছে, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনখন চৰম ভাবে অপমানিত কৰিছে, ভাৰতৰ পৰম্পৰাগত হিন্দু ধৰ্মীয় ৰীতি – নীতি, হিন্দু সমাজক চৰম অপমানিত কৰিছে আৰু মৌলানা বদৰুদ্দিন আজমলে নিজকে মানসিক ভাবে বিকৃত লোক হিচাপে পৰিচয় দিলে বুলিও তেওঁ উল্লেখ কৰে।

মৌলানা বদৰুদ্দিন আজমলে অতি সোনকালেই সকলোবোৰ সাংবিধানিক, সামাজিক, ধৰ্মীয় আৰু ৰাজহুৱা জীৱনৰ পৰা অব্যাহতি লোৱা দৰকাৰ বুলি উল্লেখ কৰি লগতে মুছাহাৰীয়ে পুনৰ মন্তব্য কৰে – তেখেতৰ নিচিনা লোক সাংবিধানিক, সামাজিক, ধৰ্মীয় আৰু ৰাজহুৱা জীৱনৰ পদত থাকিলে দেশ, সমাজ, ধৰ্মীয় অনুষ্ঠান সকলো ধ্বংস কৰি পেলাব। গতিকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কলিতে মৌলানা বদৰুদ্দিন আজমলৰ দৰে বিকৃত মানসিকতাৰ লোকক নিয়ন্ত্ৰণ কৰাৰ বাবে সাংবিধানিক আৰু আইনী ব্যৱস্থা নলয় অসম আৰু অসমীয়াৰ ভৱিষ্যত অন্ধকাৰ আৰু কুলষিত কৰিব।

অসম চৰকাৰে উচিত কঠোৰ সাংবিধানিক আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু প্ৰাক্তন উপ-সভাপতি শ্ৰী কমলাকান্ত মুছাহাৰীয়ে দাবী জনায়।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

গোৱালপাৰাৰ শালপাৰাত ভয়াৱহ দুৰ্ঘটনা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

গোৱালপাৰাৰ শালপাৰাত ভয়াৱহ দুৰ্ঘটনা

নিবনুৱালৈ সুখবৰঃ জানুৱাৰিত পুনৰ ওলাব ১০ হাজাৰ চাকৰি

নিবনুৱালৈ সুখবৰঃ জানুৱাৰিত পুনৰ ওলাব ১০ হাজাৰ চাকৰি

গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান

গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8