- স্থানান্তৰ কৰা হৈছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়।
- হেঙেৰাবাৰীলৈ স্থানান্তৰ উপায়ুক্তৰ কাৰ্যালয়।
- ইতিমধ্যে কাৰ্যালয়টোৰ কেইবাটাও শাখা স্থানান্তৰ কৰা হৈছে হেঙেৰাবাৰীলৈ।
- হেঙেৰাবাৰী খাদী হাটত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ নতুন কাৰ্যালয়।
- এতিয়ালৈকে স্থানান্তৰ কৰা শাখাসমূহৰ ভিতৰত আছে DEVELOPMENT শাখা, RTI শাখা।
- ইয়াৰ উপৰিও আছে BAKIJAI শাখা, DISTRICT SAINIK WELFARE BOARD।
- LAND REFORMS শাখা, ITDP শাখা, CENSUS শাখা, NRC শাখা, NAZARAT শাখাও স্থানান্তৰিত কৰা হৈছে।
- কামৰূপ মহানগৰ জিলাৰ নতুন উপায়ুক্তৰ কাৰ্যালয় স্থাপন কৰা হ’ব ৰূপ নগৰত।
- সেয়ে হেঙেৰাবাৰীলৈ অস্থায়ী ভাৱে স্থানান্তৰ কৰা হৈছে এই কাৰ্যালয়।