• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

লালু প্ৰসাদ যাদৱ অসুস্থ, ICU ত ভৰ্তি

নিউজ ডেস্ক by নিউজ ডেস্ক
July 4, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ, স্বাস্থ্য
1 min read
0
লালু প্ৰসাদ যাদৱ অসুস্থ, ICU ত ভৰ্তি
Share on FacebookShare on Twitter

সোমবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ (RJD) মুৰব্বী লালু প্ৰসাদ যাদৱ অসুস্থ হোৱাৰ পাছত তেওঁক পাটনাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰ প্ৰায় ২৪ ঘন্টা পূৰ্বে তেওঁৰ কান্ধত আঘাত পাইছিল।

জানিব পৰা মতে বৰ্তমান ,যাদৱক ICUত ভৰ্তি কৰি চিকিৎসা চলোৱা হৈছে। চিকিৎসালয়ৰ এজন বিষয়াই জনোৱা মতে, ”কান্ধৰ আঘাত আৰু বৃক্কৰ সমস্যাকে ধৰি অন্যান্য ৰোগৰ লক্ষণে দেখা দিয়াৰ বাবে তেওঁক হস্পাতাললৈ অনা হৈছিল”। উল্লেখ্য যে, পশুখাদ্য কেলেংকাৰীৰ গোচৰত জামিনত থকা প্ৰসাদে যোৱা মাহত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ পৰা বৃক্ক সংৰোপণৰ বাবে বিদেশ ভ্ৰমণৰ বাবে অনুমতি লাভ কৰিছিল।

Previous Post

ভাৰতে নেপালক উপহাৰ দিলে ৭৫খন এম্বুলেন্স!

Next Post

ছাব জুনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপত উজ্বলিল অন্বেষা খনিকৰ

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
ছাব জুনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপত উজ্বলিল অন্বেষা খনিকৰ

ছাব জুনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপত উজ্বলিল অন্বেষা খনিকৰ

মণিপুৰৰ ভূমিস্খলনস্থলীৰ পৰা ৫ গৰাকীক লৈ অসম পালেহি পীয়ূষ হাজৰিকা!

মণিপুৰৰ ভূমিস্খলনস্থলীৰ পৰা ৫ গৰাকীক লৈ অসম পালেহি পীয়ূষ হাজৰিকা!

আজিৰে পৰা গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ

আজিৰে পৰা গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8