• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পৰিবহন নিগমত চালক প্ৰশিক্ষণ কার্যসূচীৰ শুভাৰম্ভ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 14, 2022
in ৰাজনীতি, গুৱাহাটী, সংবাদ
1 min read
0
পৰিবহন নিগমত চালক প্ৰশিক্ষণ কার্যসূচীৰ শুভাৰম্ভ
Share on FacebookShare on Twitter

গুৱাহাটীৰ ৰূপনগৰস্থিত ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত ৰাষ্ট্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ উদ্যোগত অসম ৰাজ্যিক পৰিবহণ নিগমে আয়োজন কৰা ১২ দিনীয়া প্ৰশিক্ষণৰ সোমবাৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে নিগমৰ পৰিচালন সঞ্চালক ৰাহুল দাসে। শুভাৰম্ভ কৰি পৰিচালন সঞ্চালক দাসে চালক সকলৰ বাবে এনেধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য দাঙি ধৰে।

প্ৰশিক্ষণত মুঠ ২০০ গৰাকী চালকক চাৰিটা দলত প্ৰশিক্ষণ দিয়া হ’ব। প্ৰতিটো দলত ৫০ জনকৈ তিনি দিনৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰত্যেক তিনি দিনৰ মূৰে-মূৰে পৰীক্ষা লোৱাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হ’ব। সোমবাৰৰ প্ৰশিক্ষণত গুৱাহাটী মহানগৰ সেৱা আৰু আই এছ বি টিৰ পৰা মুঠ পঞ্চাশ জনে প্ৰশিক্ষণ গ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত পৰিবহণ নিগমৰ মুখ্য অভিযন্তা বলীন দাস, প্ৰাক্তন মুখ্য অভিযন্তা অমলেন্দু ঘোষ , কাৰখানা প্ৰৱন্ধক জিতেন মেধি, উপ মহাপ্ৰৱন্ধক বিজু ডেকা, মহানগৰ সেৱাৰ সংমণ্ডল অভিযন্তা ৰমেশ চৌধুৰী, জ্যেষ্ঠ অভিযন্তা ঘনকান্ত দাস, পঙ্কজ দাস, ত্ৰিশাংকু শইকীয়া, মহানগৰ সেৱাৰ সংমণ্ডল অধীক্ষক মনিষী নাহৰ ডেকা, পি চি আৰ এ আৰু ভাৰত বেঞ্জৰ প্ৰশিক্ষককে ধৰি কেইবাগৰাকী অভিযন্তা, বিষয়া উপস্থিত থাকে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

পশ্চিম গুৱাহাটীৰ উমশ্ৰুত চকু চিকিৎসা শিবিৰ

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
পশ্চিম গুৱাহাটীৰ উমশ্ৰুত চকু চিকিৎসা শিবিৰ

পশ্চিম গুৱাহাটীৰ উমশ্ৰুত চকু চিকিৎসা শিবিৰ

ভুল চিকিৎসাৰ বলি! প্ৰসুতি মহিলা অধ্যাপিকাৰ মৃত্যুত নলবাৰীত উত্তেজনাময় পৰিস্থিতি

দৰমহাৰ মুখ নেদেখাকৈয়ে মৃত্যু বন বিভাগৰ বেতন বঞ্চিত কেজুৱেল বনকর্মী

৩ বছৰত অৰুণাচলৰ ৬ কি:মি: মাটি দখল চীনৰ!

৩ বছৰত অৰুণাচলৰ ৬ কি:মি: মাটি দখল চীনৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8