• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

হিমন্তৰ পাল্লাত পৰা সকলো নেতাৰ কেৰিয়াৰ ধ্বংস হৈছে!

নিউজ ডেস্ক by নিউজ ডেস্ক
March 21, 2022
in ৰাজনীতি, অসম
1 min read
0
হিমন্তৰ পাল্লাত পৰা সকলো নেতাৰ কেৰিয়াৰ ধ্বংস হৈছে!
Share on FacebookShare on Twitter

ৰাজ্যসভাৰ দুই আসনক লৈ অসমৰ ৰাজনৈতিক পৰিৱেশ বৰ্তমান গৰম হৈ পৰিছে। ৪৩ গৰাকী বিধায়কসহ সোমবাৰে দিনৰ ১১ বজাত মনোনোয়ন পত্ৰ দাখিল কৰিবলৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰা সাজু হোৱাৰ সময়তে কংগ্ৰেছ বিধায়ক শশীকান্তৰ ঘৰত হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিৰ বিষয়টো চৰ্চিত হৈ পৰিছে। দেওবাৰে কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল আৰু চিপিআই এমৰ বিধায়িনী দলৰ বৈঠকৰ পিছত ৰাইজৰ দলৰ মুৰব্বীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী শৰ্মাক।

 

“মুখ্যমন্ত্ৰীয়ে লেতেৰা ৰাজনীতি কৰিছে, মই গৰিহনা দিছোঁ”- এইদৰে কয় অখিল গগৈয়ে। তেওঁ লগতে বিৰোধী বিধায়কৰ ভোট ল’বলৈ মুখ্যমন্ত্ৰীক অপচেষ্টা নকৰিবলৈ সকীয়াই দিয়ে। লগতে তেওঁ কয়- “আগতে ৰাজ্যসভাত হিমন্তৰ পাল্লাত পৰা সকলো নেতাৰ কেৰিয়াৰ ধ্বংস হৈছে।”

উল্লেখ্য, ৰাজ্যসভা নিৰ্বাচন সম্পৰ্কত পুংখানুপুংখভাৱে আলোচনা হয় দেওবাৰৰ সন্ধিয়াৰ এখন বৈঠকত। একেখন বৈঠকতে কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ভৰত চন্দ্ৰ নৰহক আহ্বায়ক হিচাপে লৈ চাৰিওটা দলৰ এখন বিশেষ উমৈহতীয়া কমিটি গঠন হয়। শশীকান্ত দাস সম্পৰ্কত আইনগত ব্যৱস্থা কি ল’ব এই কমিটীয়ে নিৰ্ধাৰণ কৰিব। কমিটীখনত সদস্য হিচাপে আছে ৰকিবুলৰ হুছেইন, অখিল গগৈ, হাফিজ বছিৰ আহমেদ কাছিমি, মনোৰঞ্জন তালুকদাৰ আৰু আমিনুল ইছলাম।

Previous Post

দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিব বীৰেন সিং

Next Post

মহানগৰীৰ ৰাজপথত বিৰামহীন ‘অল আউট’! কি এই ‘অল আউট’?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মহানগৰীৰ ৰাজপথত বিৰামহীন ‘অল আউট’! কি এই ‘অল আউট’?

মহানগৰীৰ ৰাজপথত বিৰামহীন 'অল আউট'! কি এই 'অল আউট'?

অসমৰে এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে দুদিন দিন–ৰাতি একাকাৰ কৰি অভিভাৱকে কৰিলে অপক্ষা!

অসমৰে এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে দুদিন দিন–ৰাতি একাকাৰ কৰি অভিভাৱকে কৰিলে অপক্ষা!

নৃশংসঃ ৮ বছৰীয়া শিশুক দলবদ্ধ বলাৎকাৰ

নৃশংসঃ ৮ বছৰীয়া শিশুক দলবদ্ধ বলাৎকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8