• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম গ্ৰন্থমেলাত পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিপনীলৈ দৰ্শকৰ ব্যাপক সঁহাৰি

নিউজ ডেস্ক by নিউজ ডেস্ক
January 8, 2022
in ৰাজনীতি, অসম, গুৱাহাটী, সংবাদ
1 min read
0
অসম গ্ৰন্থমেলাত পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিপনীলৈ দৰ্শকৰ ব্যাপক সঁহাৰি
Share on FacebookShare on Twitter

নিজতকৈও আগতেই একমাত্ৰ পুত্ৰৰ মৃত্যু কামনা কৰি ভগৱন্তৰ ওচৰত মাতৃয়ে প্ৰাৰ্থনা জনোৱা ব্যতিক্ৰমী দৃশ্যপটেৰে পৰিবহণ বিভাগে চলোৱা পথ সুৰক্ষাৰ সজাগতা অভিযানে চানমাৰীত চলি থকা অসম গ্ৰন্থমেলাত সমবেত যুৱপ্ৰজন্মকে ধৰি প্ৰায় সকলো লোককে আকৰ্ষণ কৰিছে ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু ৰোধৰ বাবে সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা বিচাৰি ব্যাপক জনসচেতনতাৰ বাবে জনোৱা আহ্বানত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিবহণ বিভাগক এইক্ষেত্ৰত হাতে-কামে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা দিছিল। তাৰ পাছত পৰিবহণ বিভাগৰ উদ্যোগত আৰু সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত পথ সুৰক্ষাৰ সজাগতাৰ বাবে চলোৱা বিভিন্ন অভিযানৰ অংশ হিচাপে মহানগৰীৰ চানমাৰিত অনুষ্ঠিত অসম গ্ৰন্থমেলাত এক সুৰক্ষা বিপনীযোগে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ আহ্বান বাস্তৱায়িত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে৷ এই সন্দৰ্ভত গ্ৰন্থমেলাস্থলীত গ্ৰহণ কৰা ব্যতিক্ৰমী সজাগতা কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে নিজতকৈও আগতেই একমাত্ৰ পুত্ৰৰ মৃত্যু কামনা কৰি ভগৱন্তৰ ওচৰত কৰা এগৰাকী দুৰ্ভগীয়া মাতৃৰ হৃদয়বিদাৰক প্ৰাৰ্থনাই সকলোৰে মন-মগজু চুই যায়। এইখন অসমৰে এটা সঁচা ঘটনাৰ আলমত এগৰাকী দুৰ্ভগীয়া মাতৃৰ কৰুণ প্ৰাৰ্থনাৰে পথ সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক জনসচেতনতাৰ বাবে চলোৱা প্ৰয়াস ৷
উল্লেখ্য যে, যোৱা ২৯ ডিচেম্বৰত অসম গ্ৰন্থমেলা উদ্বোধনৰ পিছতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে পৰিবহণ বিভাগৰ সুৰক্ষা বিপনীখন মুকলি কৰিছিল৷ প্ৰতিদিনে সুৰক্ষা বিপনীখনলৈ অহা যুৱপ্ৰজন্মৰ প্ৰতিনিধিকে ধৰি যানবাহন ব্যৱহাৰকাৰী সকলো লোকৰ হাতে হাতে তুলি দিয়া হৈছে পথ সুৰক্ষাৰ নীতি-নিয়ম সম্বলিত প্ৰচাৰ পুস্তিকা। ইফালে সুৰক্ষা বিপনীত বিনায়ক হোণ্ডাৰ ফালৰ পৰা যানবাহন ব্যৱহাৰকাৰীক ডিজিটেল মাধ্যমৰে প্ৰতিদিনে পথত মানি চলিবলগীয়া নীতি নিয়ম সন্দৰ্ভত অৱগত কৰা হৈছে।

Previous Post

ভয়াৱহ ক’ভিড সংক্ৰমণৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ…

Next Post

অৰ্থনীতিৰ বিধ্বস্ত ৰূপঃ মানুহৰ জীৱনতকৈও যেন বেছি গুৰুত্বপূৰ্ণ নিৰ্বাচন!

Related Posts

সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন
সংবাদ

সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন

November 25, 2023
Next Post
অৰ্থনীতিৰ বিধ্বস্ত ৰূপঃ মানুহৰ জীৱনতকৈও যেন বেছি গুৰুত্বপূৰ্ণ নিৰ্বাচন!

অৰ্থনীতিৰ বিধ্বস্ত ৰূপঃ মানুহৰ জীৱনতকৈও যেন বেছি গুৰুত্বপূৰ্ণ নিৰ্বাচন!

আই চি চি মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা

আই চি চি মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8