• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পৰীক্ষাগৃহতে হ’ব মেট্রিক উচ্চতৰ মাধ্যমিক পৰীক্ষাঃ ৰণোজ পেগু

নিউজ ডেস্ক by নিউজ ডেস্ক
January 17, 2022
in ৰাজনীতি, অসম, সংবাদ
0
পৰীক্ষাগৃহতে হ’ব মেট্রিক উচ্চতৰ মাধ্যমিক পৰীক্ষাঃ ৰণোজ পেগু
Share on FacebookShare on Twitter

নির্ধাৰিত সময়মতেই এইবাৰ মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব৷ পৰীক্ষাগৃহত অনুষ্ঠিত হ’ব এই বছৰৰ পৰীক্ষা৷ অলপতে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ লগতে শিক্ষামন্ত্রীগৰাকীয়ে কয় যে, মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ কৰা হৈছে৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে আৰু কয় যে বর্তমান সকলোৱে ভেকচিন দিয়াত গুৰুত্ব প্রদান কৰা হৈছে৷ মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱালৈ পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া সকলো ছাত্র–ছাত্রীক ভেকচিন দিয়াটো যিহেতু সম্পূর্ণ হৈ উঠিব, সেয়ে পৰীক্ষা অনুষ্ঠিত কৰাত অসুবিধা নহ’ব৷ উল্লেখ্য যে, ৰাজ্যত ক’ভিডৰ তৃতীয় ঢ়ৌ আৰম্ভ হোৱাৰ লগে লগে এই বছৰো মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ একাংশ ছাত্র–ছাত্রী আৰু অভিভাৱকৰ মনত শংকাৰ উদয় হয়৷ অৱশ্যে একে সময়তে ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ লোকৰ বাবেও ক’ভিড ভেকচিন প্রদান আৰম্ভ হোৱাত মেট্রিক, উচ্চতৰ মাধ্যমিক শ্রেণীৰ সকলো ছাত্র–ছাত্রীয়ে ভেকচিন লাভৰ পথ প্রশস্ত হৈ পৰে৷ ইতিমধ্যে বিদ্যালয়ে বিদ্যালয়ে ছাত্র–ছাত্রীসকলক পূর্ণগতিত ভেকচিন দিয়া আৰম্ভ হৈছে আৰু পৰীক্ষাৰ পূর্বে প্রতিগৰাকী ছাত্র–ছাত্রীয়ে দুয়োপালি ক’ভিড ভেকচিন লাভ কৰিব৷

Previous Post

জনপ্ৰতিনিধিৰ ফোন ৰেকৰ্ডিং কৰাটো অনৈতিকঃ মুখ্যমন্ত্ৰী

Next Post

কৰ্মচাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কৰ্মচাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

কৰ্মচাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

পিছুৱালে পঞ্জাৱৰ নিৰ্বাচনঃ ১৪ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন

পিছুৱালে পঞ্জাৱৰ নিৰ্বাচনঃ ১৪ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8