• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰে অসমৰ মন্ত্ৰী পিযুষৰ বৈঠক

নিউজ ডেস্ক by নিউজ ডেস্ক
January 4, 2022
in ৰাজনীতি, অসম, উত্তৰ পূৰ্বাঞ্চল, সংবাদ
1 min read
0
অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰে অসমৰ মন্ত্ৰী পিযুষৰ বৈঠক
Share on FacebookShare on Twitter

অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত শ্বিলঙত মেঘালয়ৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰে অসমৰ মন্ত্ৰী পিযুষ হাজৰিকাৰ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি শ্বিলঙত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাৰ উপস্থিতিত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচং আৰু দুয়োখন ৰাজ্যৰ বিষয়াৰ সৈতে অসম-মেঘালয় সীমা সমস্যাৰ বিষয়ত এখন বৈঠকত মিলিত হয়।
আজিৰ এই বৈঠকতে ৰাজ্য দুখনৰ কামৰূপ (মেট্ৰ’) আৰু ৰি’ ভ’ই জিলাৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিৰ প্ৰতিনিধিসকলে চৰজমিন তদন্ত কৰি প্ৰস্তুত কৰা প্ৰতিবেদনো দাখিল কৰা হয়। দুয়োখন ৰাজ্যৰ সমিতিৰ প্ৰতিনিধিসকলে প্ৰস্তুত কৰা প্ৰতিবেদন মন্ত্ৰী পীযুষ হাজৰিকা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচঙৰ মাজত বিনিময় কৰা হয়। উল্লেখ্য যে, আজিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকাই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ বাবে ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যাৰ সোনকালেই স্থায়ী সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে। আনহাতে চৰজমিন তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অঞ্চলকেইটাৰ স্থানীয় বাসিন্দাৰ মতামতক বিশেষভাৱে গুৰুত্ব দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে দুয়োখন ৰাজ্যৰ মুখামন্ত্ৰীয়ে শান্তিপূৰ্ণভাৱে সীমা সমস্যাৰ স্থায়ী সমাধান হোৱাটো বিচাৰে।

Previous Post

মুখ্যমন্ত্ৰীৰ বিশেষ বন্ধৰ ঘোষণাঃ বৃদ্ধ পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ

Next Post

আই আই টি গুৱাহাটীত ক’ভিডৰ গণসংক্ৰমণ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আই আই টি গুৱাহাটীত ক’ভিডৰ গণসংক্ৰমণ

আই আই টি গুৱাহাটীত ক'ভিডৰ গণসংক্ৰমণ

বিমান বন্দৰত ভয়াৱহভাৱে পোহৰলৈ আহিছে ক’ভিড আক্ৰান্তৰ সংখ্যা

বিমান বন্দৰত ভয়াৱহভাৱে পোহৰলৈ আহিছে ক'ভিড আক্ৰান্তৰ সংখ্যা

গণতন্ত্র দিৱসত বন্ধ নিদিবলৈ আলফা(স্বা) ক আহ্বান মুখ্যমন্ত্ৰীৰ…

গণতন্ত্র দিৱসত বন্ধ নিদিবলৈ আলফা(স্বা) ক আহ্বান মুখ্যমন্ত্ৰীৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8