• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাজিৰঙাত হাতত ঝাড়ু লৈ জাবৰ চাফা কৰিলে মন্ত্ৰী অতুল বৰাই!

নিউজ ডেস্ক by নিউজ ডেস্ক
January 17, 2023
in ৰাজনীতি, অসম
1 min read
0
কাজিৰঙাত হাতত ঝাড়ু লৈ জাবৰ চাফা কৰিলে মন্ত্ৰী অতুল বৰাই!
Share on FacebookShare on Twitter

ৰাজ্যৰ বনবিভাগ-জিলা প্ৰশাসন-আৰক্ষীৰ স’তে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’বৰ বাবে সোমবাৰে দুপৰীয়া কাজিৰঙা বনবিভাগৰ সভাকক্ষৰ সন্মুখত উপস্থিত হয় ৰাজ্যৰ কৃষিমন্ত্ৰী তথা বোকাখাতৰ স্থানীয় বিধায়ক অতুল বৰা ৷ লগত উপস্থিত থাকে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, বনবিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে গোলাঘাটৰ উপায়ুক্ত পি উদয় প্ৰবীণ ৷

বনবিভাগৰ সভাকক্ষৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে দেখা পায় এটা জাবৰৰ দ’ম ৷ লক্ষণীয় কথাটো হ’ল যে জাবৰৰ দ’ম হৈ থকা স্থানত যোৱা ২৫ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰী পৰ্যন্ত ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ এখনি মেলা বিভাগটোৱে চৰকাৰী ভাৱে অনুষ্ঠিত কৰিছিল ৷ মেলা শেষ কৰি চৰকাৰী লোকসকলে ঠাইডোখৰ চাফা নকৰাকৈ ঘৰাঘৰি হ’ল৷ আনকি, উক্ত স্থানত পৰি ৰোৱা গজালে ইতিমধ্যেই পাঁচখন মান গাড়ীৰ চকা ফুটালে ৷ এই সামগ্ৰিক দৃশ্য দেখা পাই লগে লগে ঝাড়ু তুলি ল’লে মন্ত্ৰী বৰাৰ লগতে এম কে যাদৱে ৷

আনহাতে, ফোনযোগে ককৰ্থনাও কৰিলে জাবৰৰ দ’ম কৰি যোৱা সংশ্লিষ্ট বিভাগটোৰ বৰমূৰীয়াক৷ মঙলবাৰৰ ভিতৰত সমগ্ৰ এলেকাটো ঘেৰি থ’বলৈয়ো কাজিৰঙা বনবিভাগক নিৰ্দেশ দিয়ে ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল, সম্প্ৰতি জাবৰৰ দ’মত পৰিণত হৈছে কাজিৰঙাৰ কহঁৰা চাৰিআলি ৷ কিন্তু, চৰকাৰী-বেচৰকাৰী কোনো পক্ষৰে যেন আহৰি নাই পৰ্যটনথলীখনি চাফা কৰি ৰখাৰ ৷

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

প্ৰগতি ময়দানত অনুষ্ঠিত হ’ব এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনী

Related Posts

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী
ৰাজনীতি

মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী

September 22, 2023
Next Post
প্ৰগতি ময়দানত অনুষ্ঠিত হ’ব এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনী

প্ৰগতি ময়দানত অনুষ্ঠিত হ'ব এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনী

৫০ বছৰীয়া হ’ল অসমবাসীৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ

অসমখন আৰু ভাগ কৰিলে অস্তিত্বই নাথাকিবঃ জুবিন গাৰ্গ

১৮ জানুৱাৰীৰ পৰা চান্দমাৰীত আয়োজিত হ’ব আজাদী কা অমৃত মহোৎসৱ

১৮ জানুৱাৰীৰ পৰা চান্দমাৰীত আয়োজিত হ’ব আজাদী কা অমৃত মহোৎসৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8