• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ মন্ত্ৰী অতুল বৰাৰ কঠোৰ নিৰ্দেশ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 23, 2023
in ৰাজনীতি, অসম, গুৱাহাটী, সংবাদ
1 min read
0
সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ মন্ত্ৰী অতুল বৰাৰ কঠোৰ নিৰ্দেশ
Share on FacebookShare on Twitter

ৰাজপথত সুৰাপান কৰি বাহন চলোৱা আৰু যান বাহন আইন উলংঘা কৰি উদণ্ড ভাবে বেপেৰোৱা হৈ বাহন চলোৱা চালক সকলৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগক কঠোৰ নিৰ্দেশ দিছে জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা অসম চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই। অলপতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়োজিত জিলাখনৰ বিভিন্ন বিভাগৰ পৰ্যালোচনা সভাত ভাগ লৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগক এই কঠোৰ নিৰ্দেশনা দিয়ে অভিভাৱক মন্ত্ৰী অতুল বৰাই। মন্ত্ৰী অতুল বৰাই সভাত উপস্থিত থকা কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিভাগৰ বিষয়া সকলক কয় বিগত সময়চোৱাত ৰাজ্যৰ আন জিলাৰ লগতে কামৰূপ মহানগৰ জিলাটো বৃদ্ধি পোৱা পথ দুৰ্ঘটনা সমূহ চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। এই দুৰ্ঘটনা সমূহৰ বেছিভাগেই চালকৰ মানৱীয় ভুলৰ বাবে সংঘটিত হোৱা আৰু ইয়াৰে গৰিষ্ঠ সংখ্যকেই সুৰাপান কৰি বাহন চলোৱা আৰু যান বাহন আইন ভংগ কৰি অতি দ্ৰুত গতিত চলোৱাৰ বাবে সংঘটিত হৈছে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এনে বৰ্ধিত দুৰ্ঘটনা সমূহত গভীৰ উদ্বেগ প্ৰকাশ কৰি ৰাজ্যখনত কিদৰে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্যলৈ পৰিণত কৰিব পাৰি তাৰ বাবে পথ সুৰক্ষাৰ লগত জড়িত সকলো বিভাগক উমৈহতীয়াভাবে হাতে – কামে নামি কাম কৰিবলৈ আহ্বান জনায় মন্ত্ৰী বৰাই। ইফালে সভাত উপস্থিত থকা পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে অভিভাৱক মন্ত্ৰী অতুল বৰাক বিভাগৰ এক খতিয়ান দাঙি ধৰে আৰু পথ দুৰ্ঘটনাত আহত লোকক জৰুৰী চিকিৎসাৰ বাবে সোণাপুৰত স্থাপন কৰা ট্ৰমা চেণ্টাৰটো মিনি আই চি ইউলৈ উন্নীতকৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাৰ উপস্থিতিত অনুষ্ঠিত সভাত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, অতিৰিক্ত উপায়ুক্তদ্বয় সুকন্যা বৰা আৰু জয় শিৱানী, জিলা পৰিবহণ বিষয়াদ্বয় হিমাংশু কুমাৰ দাস আৰু ৰফিকুল ইছলামকে ধৰি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

Previous Post

১ ফেব্ৰুৱাৰীৰ পৰা পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ

Next Post

ডালমিয়া ভাৰত ফাউণ্ডেচনৰ দ্বাৰা মহিলাৰ বাবে খাদ্য-কেন্দ্ৰিক কাৰ্যসূচীৰ আয়োজন

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
ডালমিয়া ভাৰত ফাউণ্ডেচনৰ দ্বাৰা মহিলাৰ বাবে খাদ্য-কেন্দ্ৰিক কাৰ্যসূচীৰ আয়োজন

ডালমিয়া ভাৰত ফাউণ্ডেচনৰ দ্বাৰা মহিলাৰ বাবে খাদ্য-কেন্দ্ৰিক কাৰ্যসূচীৰ আয়োজন

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

২০২৪ চনৰ ভিতৰত আমেৰিকাৰ দৰে হ’ব ভাৰতৰ পথ সমূহ!

২০২৪ চনৰ ভিতৰত আমেৰিকাৰ দৰে হ'ব ভাৰতৰ পথ সমূহ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8