মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ। অলপতে তেওঁ টুইটাৰত এই কথা উল্লেখ কৰিছে।
বৃহস্পতিবাৰে তেওঁ কভিড পৰীক্ষা কৰাইছিল। সামান্য জ্বৰৰ লক্ষণ আছে যদিও বৰ্তমান তেওঁ সুস্থিৰ আৰু ঘৰতে আইচলেশ্যনত আছে মন্ত্ৰীজন। শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাই।