• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীত বিধায়ক কিনা–বেচাৰ বজাৰ চলিব দিয়া নহ’বঃ ৰিপুণ বৰা

নিউজ ডেস্ক by নিউজ ডেস্ক
June 23, 2022
in ৰাজনীতি, অসম, ৰাষ্ট্ৰীয়
1 min read
0
গুৱাহাটীত বিধায়ক কিনা–বেচাৰ বজাৰ চলিব দিয়া নহ’বঃ ৰিপুণ বৰা
Share on FacebookShare on Twitter

গুৱাহাটীত বিধায়ক কিনা–বেচাৰ বজাৰ চলিব দিয়া নহব, এই দাবী তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুণ বৰাৰ। উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ একাংশ বিধায়কে শিৱ সেনাৰ উদ্ধৱ থাকৰেৰ নেতৃত্বাধীন চৰকাৰৰ পতনৰ অংকৰে বাহৰ পাতিছে গুৱাহাটীৰ তাৰকা হোটেল ৰেডিছন ব্লুত।

শিৱ সেনাৰ বিসম্বাদী বিধায়ক একনাথ সিন্ধে বৰ্তমান সময়ত দলৰ প্ৰায় ৩৮ গৰাকী বিধায়কক লগত লৈ বাহৰ পাতিছে গুৱাহাটীত। তদুপৰি মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনৰ কুছকাৱাজো চলিছে গুৱাহাটীত। তেনেক্ষেত্ৰতেই ক্ষোভিত হৈছে বিৰোধী দল তৃণমূল কংগ্ৰেছৰ অসমৰ নেতৃত্ব।

মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যৰ মুৰব্বী ৰিপুণ বৰাৰ নেতৃত্বত অহা দলটোৱে ৰেডিছন ব্লু হোটেলৰ সন্মুখত ধৰ্ণা দি কয় যে, যি সময়ত অসমৰ ৩০খন জিলাৰ ৰাইজে বানত ককবকাই আছে, সেই সময়ত বিধায়ক কিনা–বেচাৰ ৰাজনীতিৰ লগত অসমৰ ৰাজনৈতিক নেতাসকল ব্যস্ত হৈ থকাটো অসমৰ বাবে দুৰ্ভাগ্যজনক।

Previous Post

নদীবান্ধৰ বিৰুদ্ধে সোচ্ছাৰ হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই!

Next Post

আকাশমাৰ্গেৰে শিলচৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আকাশমাৰ্গেৰে শিলচৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ!

আকাশমাৰ্গেৰে শিলচৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ!

গুৱাহাটী বিশ্ববিদ্যালয়ে স্থগিত কৰিলে স্নাতক মহলাৰ পৰীক্ষা!

গুৱাহাটী বিশ্ববিদ্যালয়ে স্থগিত কৰিলে স্নাতক মহলাৰ পৰীক্ষা!

দীপৰ বিলৰ বাঢ়নী পানীত বৰ্তমানো প্লাবিত হৈ আছে বহু অঞ্চল

দীপৰ বিলৰ বাঢ়নী পানীত বৰ্তমানো প্লাবিত হৈ আছে বহু অঞ্চল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8