• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পশ্চিম গুৱাহাটীৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 16, 2022
in ৰাজনীতি, গুৱাহাটী, সংবাদ
1 min read
0
পশ্চিম গুৱাহাটীৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ
Share on FacebookShare on Twitter

পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ আটাইকেইখন গাঁও পঞ্চায়ত এলেকাত বিগত সময়চোৱাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিভিন্ন কেন্দ্ৰীয় – ৰাজ্যিক আঁচনিৰ অনুদানৰে বিভিন্ন উন্নয়ন মূলক কাম কৰি থকা পৰিলক্ষিত হৈছে। ইয়াৰ অংশ হিচাপে কাঁহিকুছি গাঁও পঞ্চায়ত এলেকাত পঞ্চদশ বিত্তীয় আয়োগৰ প্ৰায় ৩২ লাখ টকাৰে নিৰ্মাণ, পুনঃ নিৰ্মাণ আৰু মেৰামতিৰ বাবে মুঠ ১০ টা প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰা হয়। প্ৰকল্প কেইটা হল ক্ৰমে – মাটিয়া ইছলামপুৰ অংগনবাদী কেন্দ্ৰ, মাটিয়া কালী মন্দিৰ চৌহদত শৌচাগাৰ আৰু প্ৰসাৱগাৰ, মাটিয়া গৰাখহনীয়া সৎসংগ প্ৰাথমিক বিদ্যালয়, মাটিয়া নতুন বস্তি অংগনবাদী কেন্দ্ৰ, জবে – পাটগাওঁৰ নলা মেৰামতি, জবে পাটগাঁও প্ৰাথমিক বিদ্যালয়, শ্যামভূমি হাইস্কুল, শ্যামভূমি মজলীয়া বিদ্যালয়, বুল্লাৰপাৰ প্ৰাথমিক বিদ্যালয় আৰু যোগীপাৰা দৈৱ্যজ্যোতি বালিকা বিদ্যালয়।

 

আনহাতে মাংগলিক কাৰ্যৰ জৰিয়তে আধাৰশিলা স্থাপন কৰে বিধায়ক বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এই উপলক্ষে আটাইকেইটা স্থানতে বহুসংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় তেওঁ সমষ্টিৰ প্ৰতিটো অঞ্চলৰ উন্নয়নৰ বাবে দায়বদ্ধ আৰু আঁচনি সমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত যাতে ৰূপায়িত হয় তাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ আঁচনি সমূহ যাতে ৰূপায়ণ কৰা হয় তাৰ ওপৰত চকু ৰাখিবলৈ ৰাইজক বিধায়ক কলিতাই আহ্বান জনায়।

সভাত ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুভাষ শৰ্মা, কামৰূপ জিলা সমিতিৰ সম্পাদক পৰেশ বৰুৱা, পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ কোষাধ্যক্ষ ভাৰতী সিং কছাৰী , কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, সচিব সুবোধ কলিতা, অগপৰ কাঁহিকুছি অঞ্চলিকৰ সভাপতি প্ৰভাত দলৈ, সম্পাদক গৌতম কাকতি, ৰাণীৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰ্যবেক্ষক হাঁচিনা বেগম, বিদ্যালয় সমূহৰ প্রধান শিক্ষককে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

Previous Post

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিধি বিদ্যা বিভাগৰ উদ্যোগত আইন সজাগতা শিবিৰ

Next Post

ডনাল্ড ট্ৰাম্প পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি!

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
ডনাল্ড ট্ৰাম্প পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি!

ডনাল্ড ট্ৰাম্প পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি!

WhatsAppত বিনামূলীয়া ক্ৰেডিট স্কোৰ প্ৰদান এক্সপেৰিয়ান ক্ৰেডিট ব্যুৰোৰ

WhatsAppত বিনামূলীয়া ক্ৰেডিট স্কোৰ প্ৰদান এক্সপেৰিয়ান ক্ৰেডিট ব্যুৰোৰ

কল্যাণী বিশ্ববিদ্যালয়ৰ প্ৰাক গণৰাজ্য দিৱসৰ পেৰেডৰ শিবিৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS দলৰ দল

কল্যাণী বিশ্ববিদ্যালয়ৰ প্ৰাক গণৰাজ্য দিৱসৰ পেৰেডৰ শিবিৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS দলৰ দল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8