• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিদেশী পুঁজিৰ অনুজ্ঞা পত্ৰ হেৰুৱালে প্ৰায় ১২ হেজাৰৰো অধিক বেচৰকাৰী সংগঠনে

নিউজ ডেস্ক by নিউজ ডেস্ক
January 4, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
0
বিদেশী পুঁজিৰ অনুজ্ঞা পত্ৰ হেৰুৱালে প্ৰায় ১২ হেজাৰৰো অধিক বেচৰকাৰী সংগঠনে
Share on FacebookShare on Twitter

ভাৰতত প্ৰায় ১২ হেজাৰৰো অধিক বেচৰকাৰী সংগঠনে হেৰুৱাইছে বিদেশী পুঁজিৰ অনুজ্ঞাপত্ৰ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্যৰ পৰা জানিব পৰা গৈছে যে, নৱীকৰণৰ বাবে বেচৰকাৰী সংগঠনসমূহলৈ আবেদন পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও সংগঠন সমূহে ইয়াক গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাছিল৷ গৃহ মন্ত্ৰালয়ে মাদাৰ টেৰেছা মিছনেৰীজ অব্ চেৰিটিৰ বাবে অনুজ্ঞাপত্ৰ নৱীকৰণ কৰিবলৈ অস্বীকাৰ কৰি জনাই যে, বিদেশী অৱদান নিয়ন্ত্ৰণ আইনৰ অধীনত অনুজ্ঞাপত্ৰ থাকিলে বিদেশৰ পৰা পুঁজি পাবলৈ সক্ষম হ’ব পাৰে৷
অলপতে, দেশত ৬ হাজাৰতকৈও অধিক বেচৰকাৰী সংগঠন আৰু অন্যান্য সংগঠনৰ ম্যাদ ৰাতিটোৰ ভিতৰতে উকলি গৈছিল। গৃহ মন্ত্ৰালয়ৰ সূত্ৰই কৈছে যে ৬,০০০ বেচৰকাৰী সংগঠন বা সংগঠনৰ বেছিভাগেই তেওঁলোকৰ অনুজ্ঞাপত্ৰ নৱীকৰণৰ বাবে আৱেদন কৰা নাছিল৷ সামগ্ৰিকভাৱে, অক্সফাম ইণ্ডিয়া ট্ৰাষ্ট, জামিয়া মিলিয়া ইছলামিয়া, ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন আৰু কুষ্ঠ মিছনকে ধৰি ১২,০০০তকৈও অধিক বেচৰকাৰী সংগঠনে অনুজ্ঞাপত্ৰ হেৰুৱাইছে, যাৰ অনুজ্ঞাপত্ৰ বিগত কেইমাহমানত উকলি গৈছে৷ তালিকাখনত আছে ভাৰতীয় যক্ষ্মা সংস্থা, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ আৰু ইণ্ডিয়া ইছলামিক সাংস্কৃতিক কেন্দ্ৰ ইত্যাদি বেচৰকাৰী সংগঠনো৷ ভাৰতত এতিয়া মাত্ৰ ১৬,৮২৯ টা বেচৰকাৰী সংগঠনৰহে এতিয়াও এফচিআৰএ অনুজ্ঞাপত্ৰ আছে।

Previous Post

ভাৰতত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে ক’ৰণা আক্ৰান্তৰ সংখ্যা

Next Post

মেঘালয়ত ক’ভিডৰ নতুন SOP

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মেঘালয়ত ক’ভিডৰ নতুন SOP

মেঘালয়ত ক'ভিডৰ নতুন SOP

মানৱ সৰবৰাহকাৰী, নিষিদ্ধ আৰু চোৰাং সামগ্ৰীৰ বিৰুদ্ধে RPFৰ অভিযান

মানৱ সৰবৰাহকাৰী, নিষিদ্ধ আৰু চোৰাং সামগ্ৰীৰ বিৰুদ্ধে RPFৰ অভিযান

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8