• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ত অংশগ্ৰহণ সাংসদ কুইন ওজাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 28, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ত অংশগ্ৰহণ সাংসদ কুইন ওজাৰ
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্রহণ কৰাৰ পাছৰে পৰা প্ৰতি মাহৰ এটা বা দুটা দেওবাৰে দেশৰ জনসাধাৰণৰ মনৰ ভাৱ জানিবলৈ আৰু চৰকাৰখনে ৰাইজৰ বাবে কেনে ধৰণৰ জনহিতকৰ আঁচনি গ্ৰহণ কৰিছে বা কাম কৰি আহিছে তাৰ এটা সম্যক ধাৰণা দিয়াৰ বাবে আকাশবাণীৰ জৰিয়তে ৰেডিঅ’ৰ মাধ্যমেৰে “প্ৰধানমন্ত্ৰীৰ মন কি বাত” নামৰ এটা জনপ্ৰিয় অনুষ্ঠান পৰিবেশন কৰি আহিছে। যোৱা ২৬ জুনত অনুষ্ঠিত “প্ৰধানমন্ত্ৰীৰ মন কি বাত” অনুষ্ঠানটো বিজেপি দলে ৰাজ্যৰ আন আন সমষ্টি বা অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ ৰাণী মণ্ডলৰ অন্তৰ্গত কাহিকুছি পঞ্চায়তৰ ১২ নম্বৰ বুথৰ উদ্যোগত কাঁহিকুছিস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ প্ৰেক্ষাগৃহত ৰেডিঅ’ৰ জৰিয়তে শুনাৰ ব্যৱস্থা কৰা হয়।

উক্ত অনুষ্ঠানত ভাগ লৈ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বৰ বাবে বিশ্বত আজি ভাৰতৰ স্থিতি মজবুত হৈছে। আমেৰিকা, ৰাছিয়াৰ দৰে শক্তিশালী ৰাষ্ট্ৰয়ো নৰেন্দ্ৰ মোদীৰ নেতৃত্বক উচ্চ প্ৰশংসা কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে চৰকাৰী আঁচনিৰ ধন পোনে পোনে হিতাধিকাৰীৰ বেংক একাউণ্টলৈ প্রেৰণৰ ব্যৱস্থা কৰি অহা হৈছে বুলি সাংসদ কুইন ওজাই সদৰি কৰে।

Previous Post

ৰুষ্ট প্ৰকৃতিঃ ইটানগৰত বান-ভূমিস্খলনত ৬ জনৰ মৃত্যু

Next Post

গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ যুৱ সন্মিলনত ৰাজ্যপালৰ অংশগ্ৰহণ

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ যুৱ সন্মিলনত ৰাজ্যপালৰ অংশগ্ৰহণ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ যুৱ সন্মিলনত ৰাজ্যপালৰ অংশগ্ৰহণ

মাইগ্লেমৰ POPXO SUNCARE মুকলি

মাইগ্লেমৰ POPXO SUNCARE মুকলি

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8