• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দক্ষতা বিকাশৰ নামত বহু হেজাৰ কোটি টকাৰ কেলেংকাৰী অসমতঃ APW

নিউজ ডেস্ক by নিউজ ডেস্ক
December 28, 2021
in ৰাজনীতি, অসম, গুৱাহাটী, সংবাদ
1 min read
0
দক্ষতা বিকাশৰ নামত বহু হেজাৰ কোটি টকাৰ কেলেংকাৰী অসমতঃ APW
Share on FacebookShare on Twitter

অসম চৰকাৰৰ উদ্যোগত ২৩ ডিচেম্বৰত হৈ যোৱা নিয়োগমেলাই ৰাজ্যজুৰি সৃষ্টি কৰিছিল বিতৰ্কৰ৷ এই নিয়োগমেলাৰ দ্বাৰা চৰকাৰে কোটি কোটি টকাৰ লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰি আছাম পাব্লিক ৱৰ্কছে আজি এক সংবাদমেল সম্বোধন কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা ধন ব্যয় কৰা দেখুৱাবলৈ নিয়োগমেলা পতা হৈছিল বুলি অভিযোগ তুলিছে APWয়ে৷
নিয়োগমেলাত সৃষ্টি হোৱা বেমেজালিৰ বাবে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দুজন বিষয়াক নিলম্বন কৰিয়েই দায়িত্ব সামৰা বুলি উল্লেখ কৰে APWD ৰ সভাপতি অভিজিৎ শৰ্মাই। কেন্দ্ৰীয় চৰকাৰৰ কৌশল বিকাশ, দক্ষতা বিকাশ আদি আঁচনিৰ নামত ১২০০ কোটি টকা আবণ্টন পাইছিল ৰাজ্য চৰকাৰে৷ ইয়াৰে ‘ASDM’-এ লাভ কৰিছিল ৪৮৭ কোটি টকা৷ ‘assam building and others construction workers board’-এ ২০১৮বৰ্ষত যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ নামত ৭৫কোটি টকা লাভ কৰিছিল৷ কিন্তু প্ৰশিক্ষণৰ নামত ভেকোভাওনা চলাই আবণ্টিত চৰকাৰী ধনৰ লুণ্ঠন চলালে বুলি অভিযোগ উত্থাপিত কৰে সংবাদ মেলত।
তদুপৰি দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ নামত বিশেষ কেইটামান গোষ্ঠীয়ে ছিণ্ডিকেট চলাই অহাৰো অভিযোগ তোলে সংগঠনটোৱে৷ ‘ASDM’ৰ তদানীন্তন MD আনন্দ প্ৰকাশ তিৱাৰীৰ দিনতে সংঘটিত হৈছিল এই ৪৮৭ কোটিটকীয়া বিত্তীয় খেলিমেলি৷ কিন্তু মন্ত্ৰী পাটোৱাৰীৰ বিভাগে এই ধনৰাশি সঠিক ব্যৱহাৰৰ হিচাব এতিয়াও দিবলৈ সক্ষম নোহোৱাৰ কথা জানিবলৈ দিয়ে৷

Previous Post

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অৱস্থা শোচনীয়; দেশৰ ভিতৰত দ্বাদশ স্থানত অসম

Next Post

গৃহিনীলৈ ভাল খবৰ; কমিব খোৱা তেলৰ দাম

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
Next Post
গৃহিনীলৈ ভাল খবৰ; কমিব খোৱা তেলৰ দাম

গৃহিনীলৈ ভাল খবৰ; কমিব খোৱা তেলৰ দাম

দিল্লীত ভয়াৱহ ক’ৰোনা পৰিস্থিতি, Yellow Alert জাৰি কৰিলে কেজৰিৱাল চৰকাৰে

দিল্লীত ভয়াৱহ ক'ৰোনা পৰিস্থিতি, Yellow Alert জাৰি কৰিলে কেজৰিৱাল চৰকাৰে

নতুন বছৰত সলনি হ’ব GST ব্যয়

নতুন বছৰত সলনি হ'ব GST ব্যয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8