• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিশ্বাসঘাটকতা কৰিলে মুকলিকৈ জবাব দিব লাগিব: অখিল

নিউজ ডেস্ক by নিউজ ডেস্ক
March 30, 2022
in ৰাজনীতি, অসম
1 min read
0
বিশ্বাসঘাটকতা কৰিলে মুকলিকৈ জবাব দিব লাগিব: অখিল
Share on FacebookShare on Twitter

ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতেই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সতৰ্ক কৰি দিছে যে, যি কোনো মূল্যৰ বিনিময়ত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকীক জয়ী কৰি পঠিয়াব লাগে। যদি কোনোবাই বিশ্বাসঘাটকতা কৰে তেনেহলে মুকলিকৈ তেওঁ জবাবদিহি হ’ব লাগিব।

বেলট পেপাৰত যিহেতু কমিট নম্বৰ থাকিব কোনো কাক ভোট দিলে সেয়া ওলাই পৰিব। বিজেপি আৰু এআইইউডিএফৰ নেতৃত্বৰ মাজত চলা বাকযুদ্ধ সন্দৰ্ভতো অখিল গগৈয়ে কয় যে,এনেধৰণৰ কৰ্মকাণ্ড দুয়ো পক্ষৰ বাবে গ্ৰহণযোগ্য নহয়।

আনহাতে, এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে দাবী কৰে যে ৰাজ্যসভা নিৰ্বাচনত তেওঁলোকে ৰিপুন বৰাকে ভোটদান কৰিব। বিজেপিক সহায় কৰিবলৈ ভূপেন বৰাই এআইইউডিএফক আক্ৰমণ কৰা বুলি অভিযোগ কৰিলে এআইইুডিএফৰ আন এগৰাকী বিধায়ক কৰিমুদ্দিন বৰভূঞাই।

Previous Post

টোল কৰ বৃদ্ধি; প্ৰতিবাদৰ হুংকাৰ বহু দল সংগঠনৰ

Next Post

২ এপ্ৰিলত গুৱাহাটীত ব্যক্তিত্ব বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাগ্ৰহণ বিষয়ক কৰ্মশালা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
২ এপ্ৰিলত গুৱাহাটীত ব্যক্তিত্ব বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাগ্ৰহণ বিষয়ক কৰ্মশালা

২ এপ্ৰিলত গুৱাহাটীত ব্যক্তিত্ব বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাগ্ৰহণ বিষয়ক কৰ্মশালা

নিউজ বুলেটিন

নিউজ বুলেটিন

ইন্ধনৰ দামত জুৰুলা! হাইড্ৰ’জেনচালিত বাহনত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

ইন্ধনৰ দামত জুৰুলা! হাইড্ৰ’জেনচালিত বাহনত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8