• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দেশজুৰি পুনৰ PFIৰ বিৰুদ্ধে অভিযান, অসমত আটক PFI নেতা–কৰ্মী

নিউজ ডেস্ক by নিউজ ডেস্ক
September 27, 2022
in ৰাজনীতি, অসম, ৰাষ্ট্ৰীয়
1 min read
0
দেশজুৰি পুনৰ PFIৰ বিৰুদ্ধে অভিযান, অসমত আটক PFI নেতা–কৰ্মী
Share on FacebookShare on Twitter

দেশজুৰি পুনৰ PFIৰ বিৰুদ্ধে অভিযান। দেশৰ ৭খন ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, অসম, কৰ্ণাটক, দিল্লী, মহাৰাষ্ট্ৰত PFIৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। সমগ্ৰ দেশত ১৭০জনৰো অধিক পিএফআই কৰ্মীক আটক কৰিছে আৰক্ষীয়ে। অসমত মুঠ ৮জন PFI কৰ্মীক আটক।

সোমবাৰে নিশা চলা অভিযানত পুনৰ জালত পৰিল ৮জন PFIৰ নেতা–সদস্য। দক্ষিণ কামৰূপৰ কেইবাটাও অঞ্চলত চলিল আৰক্ষীৰ অভিযান। আটক খুৰশ্বেদ আলম, ছহিদুল ইছলাম, ৰুহুল আমিন, সদাগৰ আলী, ছালেমা য়াছমিতা, ৰফিকুল ইছলাম আৰু আছিক ইকবালক। ইফালে, দৰং জিলাৰ সভাপতি আনিছ আহমেদকো আটক কৰে আৰক্ষীয়ে। ২০১৫–২০১৬লৈ PFIৰ সভাপতি আছিল আনিছ আহমেদ। দলগাঁৱৰ পৰা আটক আনিছ আহমেদক। অসম আৰক্ষীৰ বিশেষ গোটে আটক কৰে আটাইকে।

Previous Post

মহানগৰীত চিলনী চোৰে কাঢ়িলে ডিঙিৰ চেইন

Next Post

চৰকাৰৰ মহিমা! ৮ হাজাৰ টকাহে লাভ কৰিব ১,৫৩৯ গৰাকীয়ে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সুখবৰঃ ২৬ হাজাৰৰো অধিক পদৰ বাবে অসম চৰকাৰৰ বিজ্ঞাপন প্ৰকাশ

চৰকাৰৰ মহিমা! ৮ হাজাৰ টকাহে লাভ কৰিব ১,৫৩৯ গৰাকীয়ে

জিৰো সংগীত মহোৎসৱ উপভোগ কৰক ছিগনেচাৰ পেকেজড ড্ৰিংকিং ৱাটাৰৰ সৈতে

জিৰো সংগীত মহোৎসৱ উপভোগ কৰক ছিগনেচাৰ পেকেজড ড্ৰিংকিং ৱাটাৰৰ সৈতে

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8