• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শৰাইঘাট সৰোবৰত নিৰ্মাণ হ’ব নেভেল জেট্টি

নিউজ ডেস্ক by নিউজ ডেস্ক
December 15, 2022
in ৰাজনীতি, অসম
1 min read
0
শৰাইঘাট সৰোবৰত নিৰ্মাণ হ’ব নেভেল জেট্টি
Share on FacebookShare on Twitter

দেশৰ সৰ্ববৃহৎ আৰু সুসংগঠিত যুৱ সংগঠন হিচাপে পৰিচিত ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীক (NCC) অসমত শক্তিশালীকৰণত সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে। গুৱাহাটীৰ কাষৰীয়া আমিনগাঁওত থকা শৰাইঘাট সৰোবৰত NCCৰ নৌ শাখাৰ কেডেটৰ প্ৰশিক্ষণৰ বাবেও ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহযোগিতা কৰিব বুলি মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

১৩ ডিচেম্বৰৰ সন্ধিয়া NCCৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল গগন দ্বীপে দিছপুৰৰ অসম সচিবালয়ৰ কাৰ্যালয় কক্ষত কৰা সাক্ষাতৰ সময়ত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ডঃ শৰ্মাই কয় NCCৰ জৰিয়তে যাতে যুৱ শক্তিয়ে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে তাৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰিছে। গতিকে ৰাজ্যত NCCক এটা সুসংগঠিত যুৱ শক্তি হিচাপে গঢ় দিয়াত ৰাজ্য চৰকাৰে সকলো ধৰণৰ কাম কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। সাক্ষাৎকালত NCCৰ নৌ শাখাৰ গুৱাহাটীস্থিত ৪৮ আসাম নেভেল ইউনিটৰ কমাণ্ডিং অফিচাৰ লেফটেনেণ্ট কমাণ্ডাৰ দেবানন্দ দলে উপস্থিত আছিল ।

Previous Post

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ অসম ৰাজ্যিক NSUIৰ উপ-সভাপতি বিকাশ নাথ যোগীৰ

Next Post

৩১ ডিচেম্বৰৰ ভিতৰত কৰ আদায়, নথিপত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
৩১ ডিচেম্বৰৰ ভিতৰত কৰ আদায়, নথিপত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

৩১ ডিচেম্বৰৰ ভিতৰত কৰ আদায়, নথিপত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

কাঁহিকুছি গাঁও পঞ্চায়তত বিশেষ গাঁওসভা

কাঁহিকুছি গাঁও পঞ্চায়তত বিশেষ গাঁওসভা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8