• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সংসদ ভৱনত NDAৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূৰ মনোনয়ন দাখিল

নিউজ ডেস্ক by নিউজ ডেস্ক
June 24, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
সংসদ ভৱনত NDAৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূৰ মনোনয়ন দাখিল
Share on FacebookShare on Twitter

NDAৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূৱে আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আৰু বিজেপি আৰু এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল কৰে। মনোনয়নৰ পূৰ্বে মুৰ্মূৱে সংসদত মহাত্মা গান্ধী, ড০ বি আৰ আম্বেদকাৰ আৰু বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে, ঝাৰখণ্ড মুক্তি মৰ্চাই প্ৰাৰ্থীসকলক সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত ল’বলৈ কাইলৈ ঝাৰখণ্ডৰ বিধায়ক আৰু সাংসদসকলৰ এখন বৈঠক আহ্বান কৰিছে।তদুপৰি, নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড), উৰিষ্যাৰ মুখ্যমন্ত্ৰী তথা বিজেডিৰ সভাপতি নবীন পাটনায়ককে ধৰি NDAৰ অংশীদাৰ, জগন মোহন ৰেড্ডীৰ নেতৃত্বত ৱাইএছআৰ কংগ্ৰেছেও মুৰ্মূৰ প্ৰাৰ্থিত্বৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছে।

Previous Post

অতি সোনকালে অসম এৰি যাওক; ভূপেন বৰাই একনাথ সিন্দেলৈ লিখিলে চিঠি!

Next Post

বান পৰিস্থিতিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ২৫ টা নিৰ্দেশ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
১৪ মে’ত ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত পৰিব চৰকাৰী নিযুক্তি পত্ৰ!

বান পৰিস্থিতিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ২৫ টা নিৰ্দেশ!

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ সংবাদ কৰ্মীলৈ বিশেষ নিৰ্দেশনা

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ সংবাদ কৰ্মীলৈ বিশেষ নিৰ্দেশনা

গুৱাহাটী পৌৰ নিগমৰ ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখত মৃত হাড়গিলা উদ্ধাৰ!

গুৱাহাটী পৌৰ নিগমৰ ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখত মৃত হাড়গিলা উদ্ধাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8