• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাৰ্বি পৰিষদৰ নৱ নিৰ্বাচিত CEM আৰু সদস্যসকলৰ আজি শপত গ্ৰহণ

ৰাজ্যপালে পাঠ কৰাব শপত বাক্য

নিউজ ডেস্ক by নিউজ ডেস্ক
June 20, 2022
in ৰাজনীতি
1 min read
0
কাৰ্বি পৰিষদৰ নৱ নিৰ্বাচিত CEM আৰু সদস্যসকলৰ আজি শপত গ্ৰহণ
Share on FacebookShare on Twitter

আজি কাৰ্বি আংলং স্বায়িত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে তুলিৰাম ৰংহাঙৰ লগতে নৱ নিৰ্বাচিত ২৬ গৰাকী সদস্যই শপত গ্ৰহণ কৰিব। কাৰ্বি আংলং স্বায়িত্তশাসিত পৰিষদত প্ৰথমবাৰলৈ অসমৰ ৰাজ্যপালে নিৰ্বাচিত সদস্যসকলৰ লগতে মুখ্য কাৰ্যবাহী সদস্যক শপত গ্ৰহণ কৰাব। ৰাজ্যপালৰ আগমন আৰু শপত গ্ৰহণৰ বাবেই নৰূপত সজাই–পৰাই তোলা হৈছে ডিফুৰ সমীপৰ তাৰালাংছোৰ শপত গ্ৰহণ ক্ষেত্ৰ।

উল্লেখযোগ্য যে, কাৰ্বি আংলং জিলাৰ ১৭ গৰাকী নিৰ্বাচিত সদস্য ক্ৰমে সিংহাসনৰ অমৰছিং টিছো, নমাটিৰ ৰিতেশ ইংহি, মহালয়াৰ লুনছিং টেৰন, ফুলনিৰ কানবুৰা কিলিং, লাংফেৰৰ মধুৰাম লেখটে, লুম্বাজঙৰ জনি তিমুং, ধনশিৰিৰ তিলোত্তমা হাছনু, হাওৰাঘাটৰ অজিত কুমাৰ দে, চোচেং ধেন্টাৰ কাছে ৰংপিপী, কৰকান্থীৰ ৰাজু টিছো, লানহিঙৰ বিলমোহন খাখলাৰী, বোকাজানৰ মাধুৰ্য্য ঢেকিয়াল ফুকন, নিলিপৰ পবিত্ৰ ৰংপি, দুৱাৰ বাগৰিৰ ৰিচাৰ্দ টকবি, বৰজানৰ সূৰ্য ৰংফাৰ, সৰুপথাৰৰ কাদম টেৰাংপী আৰু দেওপানীৰ শ্ৰৱন তেংলেগাৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ ৯ গৰাকী সদস্য ক্ৰমে তুলিৰাম ৰংহাং, প্ৰভাত টাৰো, ডি উফিং মিছলাই, অভিজিৎ ক্ৰ’, লম্বিছন বে, মংগলছিং তিমুং, পৱন কুমাৰ, ৰীনা টেৰাংপী আৰু হেডছিং ৰংফাৰে আজি শপত গ্ৰহণ কৰিব।

Previous Post

বানত উটি যোৱা আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ উদ্ধাৰ

Next Post

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি; জলসম্পদ বিভাগে বন্ধ কৰিলে খানাজানৰ পানীদুৱাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি; জলসম্পদ বিভাগে বন্ধ কৰিলে খানাজানৰ পানীদুৱাৰ

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি; জলসম্পদ বিভাগে বন্ধ কৰিলে খানাজানৰ পানীদুৱাৰ

১৮ নহয় ১৬ বছৰতে বিয়াত বহিব পাৰিব যুৱতী!

১৮ নহয় ১৬ বছৰতে বিয়াত বহিব পাৰিব যুৱতী!

পুৰস্কাৰ? আজি পুৱাই ৫ AIUDFৰ বিধায়কৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

ৰাজ্যৰ বান পৰিস্থিতিক লৈ উপায়ুক্তসকলৰে মুখ্যমন্ত্ৰীৰ বৈঠক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8