• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দূৰ্ঘটনাবিহীন মহানগৰঃ মুখ্যমন্ত্ৰী তথা মহানগৰ প্ৰশাসনলৈ অভিনন্দন

নিউজ ডেস্ক by নিউজ ডেস্ক
January 3, 2022
in ৰাজনীতি, অসম, গুৱাহাটী, সংবাদ
1 min read
0
দূৰ্ঘটনাবিহীন মহানগৰঃ মুখ্যমন্ত্ৰী তথা মহানগৰ প্ৰশাসনলৈ অভিনন্দন
Share on FacebookShare on Twitter

আমি গুৱাহাটীবাসীয়ে এটি সুন্দৰ বছৰৰ আৰম্ভণি কৰিলোঁ। হয়, ইংৰাজী নৱবৰ্ষৰ শুভকামনা সকলোলৈ। দূৰ্ঘটনাবিহীন ভাৱে বছৰৰ প্ৰথম দিন দুটা পাৰ কৰিলোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰিবহন বিভাগৰ আয়ুক্ত গৌতম দাস, মহানগৰ জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ অশেষ প্ৰচেষ্টা আৰু আৰক্ষী বিভাগ তথা পৰিবহন বিভাগৰ সহযোগত যোৱা বছৰৰ অন্তিম দিন তথা নতুন বছৰৰ প্ৰথম দিনটোত ড্ৰিংক এণ্ড ড্ৰাইভৰ বিৰুদ্ধে সোচ্চাৰ হোৱাত আমি দূৰ্ঘটনাবিহীন নৱবৰ্ষৰ প্ৰথম পুৱা উপহাৰ পালো। কাৰণ, নৱবৰ্ষৰ প্ৰথম দিনটোতেই আমি বহু দূৰ্ঘটনাৰ খবৰ পাঁও। সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই বহুজনে প্ৰাণ হেৰুৱায়, জীৱনলৈ পংগু হয়। ৩১ ডিচেম্বৰ পালনৰ ক্ষেত্ৰত নিষেধাজ্ঞা, মটৰ চাইকেলৰ দুয়োজন আৰোহীৰ বাবে হেলমেট বাধ্যতামূলক কৰাৰ লগতে সুৰাপান কৰি বাহন নচলাবলৈ দিয়া নিৰ্দেশ সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ল মহানগৰত। আমাৰ Headline 8ৰ সাংবাদিকে ৩০ ডিচেম্বৰৰ নিশা আৰক্ষীৰ লগত পৰিবহণ মন্ত্ৰী পাটোৱাৰীয়ে নিজে তদাৰক কৰি থকা পৰিলক্ষিত কৰে। সেইদৰে ৩১ ডিচেম্বৰৰ নিশা গুৱাহাটীত মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই নিজেই মহানগৰৰ ৰাজপথত থাকি তদাৰক কৰিছিল আৰু সুৰাপান নকৰা লোকক তেওঁ ধন্যবাদ দিয়াও পৰিলক্ষিত হয়। সেয়ে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছো। মুখ্যমন্ত্ৰী তথা প্ৰশাসনৰ বেয়া কামত সমালোচনা কৰাৰ দৰে আমি তেওঁলোকৰ ভাল কামক প্ৰশংসা কৰা উচিত।

Previous Post

অসম গ্ৰন্থমেলাত অভিলেখ! ৫ দিনতে বিক্ৰী হ’ল ১ কোটি টকাৰো অধিক গ্ৰন্থ

Next Post

এইবাৰ HSLC-HS পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত: ৰণোজ পেগু

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
এইবাৰ HSLC-HS পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত: ৰণোজ পেগু

এইবাৰ HSLC-HS পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত: ৰণোজ পেগু

নতুন বছৰটোত ‘শক্তিশালী অসম’ হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ

নতুন বছৰটোত 'শক্তিশালী অসম' হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ

আকৌ অৱনতি ঘটিব নেকি ক’ভিড পৰিস্থিতিৰ? স্বাস্থ্যমন্ত্ৰীয়ে দিলে ইংগিত

আকৌ অৱনতি ঘটিব নেকি ক'ভিড পৰিস্থিতিৰ? স্বাস্থ্যমন্ত্ৰীয়ে দিলে ইংগিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8