• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্যত অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন নাইঃ ৰণোজ পেগু

নিউজ ডেস্ক by নিউজ ডেস্ক
November 10, 2022
in ৰাজনীতি, অসম, শিক্ষা
1 min read
0
ৰাজ্যত অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন নাইঃ ৰণোজ পেগু
Share on FacebookShare on Twitter
৮ হাজাৰ শিক্ষক পদৰ বিলুপ্তিক লৈ কাহিলিপাৰাৰ সৰ্বশিক্ষা অভিযান মিছন কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আয়োজন কৰা এখন সংবাদমেলত তেওঁ কয় যে,’ৰাজ্যত অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন নাই। বৰ্তমান ২ লাখ ২১ হাজাৰ ৪৭ গৰাকী শিক্ষক কৰ্মৰত অৱস্থাত আছে।
ৰাজ্যত ৪৯ লাখ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে।ছাত্ৰ-ছাত্ৰী অনুপাতে ৰাজ্যত পৰ্যাপ্ত শিক্ষক আছে।ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৫০ লাখতকৈ অধিক হ’লেহে নতুন শিক্ষকৰ প্ৰয়োজন হ’ব।’ তেওঁ লগতে উল্লেখ কৰে যে, বিদ্যালয়ত আন্তগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰ সফল হৈছে। উচ্চ শিক্ষাত ড্ৰপ আউট হ্ৰাস কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমান্তৰালকৈ অসমত ড্ৰপ আউট ডাবল হৈছে।পাৰ্ফমেঞ্চৰ ফালৰ পৰা দেশৰ ৬ নম্বৰ স্থানৰ পৰা ৪নং স্থানলৈ আগুৱাইছে অসম।
Previous Post

গুজৰাটত জ্যেষ্ঠ কংগ্ৰেছ বিধায়কৰ পদত্যাগ, বিজেপিত যোগদান প্ৰস্তুতি!

Next Post

অসম চৰকাৰৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

Related Posts

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান
সংবাদ

সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান

December 3, 2023
সংবাদ

NCC দিৱসত দিঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি বায়ু শাখাৰ কেডেটৰ

December 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
সংবাদ

তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা

December 2, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
Next Post
অসমত লুপ্ত হ’ল ৰেভিনিউ টাউন

অসম চৰকাৰৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ...

কটন বিশ্ববিদ্যালয়ৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত মাৰপিট!

আজি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন!

কাৰাগাৰলৈ প্ৰেৰণ ধূলা কাণ্ডৰ তিনিওগৰাকী চিকিৎসকক

কাৰাগাৰলৈ প্ৰেৰণ ধূলা কাণ্ডৰ তিনিওগৰাকী চিকিৎসকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8