• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰে পৰা আৰম্ভ হ’ল কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ মনোনয়ন

নিউজ ডেস্ক by নিউজ ডেস্ক
September 24, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
আজিৰে পৰা আৰম্ভ হ’ল কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ মনোনয়ন
Share on FacebookShare on Twitter

আজিৰে পৰা আৰম্ভ হ’ল কংগ্ৰেছ দলৰ সভাপতি পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ মনোনয়ন। এই মনোনয়ন প্ৰক্ৰিয়া অহা ৩০ ছেপ্টেম্বৰলৈকে অব্যাহত থাকিব।

উল্লেখ্য যে কংগ্ৰেছৰ সভাপতি পদৰ বাবে গান্ধী পৰিয়ালৰ কোনো ব্যক্তিয়ে এই নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ কথা প্ৰায় নিশ্চিত। শুকুৰবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিছিল যে গান্ধী পৰিয়ালৰ কোনো লোকেই এই নিৰ্বাচনত অংশগ্ৰহণ নকৰে।

কংগ্ৰেছৰ সভাপতি পদৰ বাবে অশোক গেহলটে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে চৰ্চাত আছিল। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ উপৰিও সাভপতি পদৰ বাবে আগ্ৰহী আন এটা বহু চৰ্চিত নাম হল শশী থাৰুৰ। অশোক গেহলট, শশী থাৰুৰৰ ওপৰিও মনীষ তিৱাৰীৰ নামো বৰ্তমান চৰ্চালৈ আহিছে সভাপতি পদৰ প্ৰত্যাশিত প্ৰাৰ্থীৰ ৰূপত। সুদীৰ্ঘ সময়ৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰে আন কোনো লোক এই সভাপতি পদৰ নিৰ্বাচনত অংশ ল’ব।

৩০ ছেপ্টেম্বলৈকে সভাপতি পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ পাছতেই ভোটদান পৰ্বৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হ’ব।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰা অধিকাৰ গোচৰৰ ৰায় সংৰক্ষিত!

Related Posts

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
Next Post
শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰা অধিকাৰ গোচৰৰ ৰায় সংৰক্ষিত!

শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰা অধিকাৰ গোচৰৰ ৰায় সংৰক্ষিত!

কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ চিন্তন শিবিৰ

কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ চিন্তন শিবিৰ

ৰাজস্থানৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে শচীন পাইলট! অশোক গেহলট যাব দিল্লীলৈ!

ৰাজস্থানৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে শচীন পাইলট! অশোক গেহলট যাব দিল্লীলৈ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8