• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰ্তমান ৰাজনৈতিক একনায়কত্ববাদ বাস্তৱলৈ পৰিণত হৈছে!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 6, 2022
in ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
বৰ্তমান ৰাজনৈতিক একনায়কত্ববাদ বাস্তৱলৈ পৰিণত হৈছে!
Share on FacebookShare on Twitter

কংগ্ৰেছৰ বৰ্ষীয়ান নেতা জয়ৰাম ৰমেশে সোমবাৰে অনুষ্ঠিত এক সংবাদ মেলত ভাৰতীয় জনতা পাৰ্টীক উদ্দেশ্যি উদ্বেগ প্ৰকাশ কৰি কয় যে, ৰাজনৈতিক একনায়কত্ববাদ এতিয়া এক দু:স্বপ্ন নহয় বৰং বাস্তৱ। শাসনাধিষ্ঠ  ভাৰতীয় জনতা পাৰ্টীৰ একনায়কত্ববাদী শাসনৰ বাবে এতিয়া দেশত প্ৰত্যক্ষ হৈছে বিভাজনৰ।

উল্লেখ্য যে, জয়ৰাম ৰমেশৰ ভাষ্য অনুসৰি দেশত বৰ্তমান তিনিটা মুখ্য সমস্যাই দেখা দিছে আৰু সেই কেইটা হ’ল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি দলৰ একনায়কত্ববাদী শাসন, দেশৰ অৰ্থনৈতিক দুৰৱস্থা আৰু ক্ৰমাৎ বৃদ্ধি পায় অহা ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্য। এই তিনিটা সমস্যাৰ বাবেই বৰ্তমান দেশত ভাঙোনে দেখা দিয়া বুলিও জনায় নেতা গৰাকীয়ে।

ইয়াৰ ওপৰিও বৰ্ষীয়ান নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত জনায় যে, ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাজস্থানত সোমবাৰৰ পৰা আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰা।

Previous Post

সোণাৰিত আৰক্ষীয়ে গুলীয়ালে সতীৰ্থক!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
আজি গান্ধী জয়ন্তী
ৰাজনীতি

আজি গান্ধী জয়ন্তী

October 2, 2023
অগ্নিবীৰত নিযুক্তি পোৱা অসমৰ ১৭৫ জন NCC কেডেটক সম্বৰ্দ্ধনা জনালে মন্ত্ৰী নন্দিতা গাৰ্লচাই
ৰাজনীতি

অগ্নিবীৰত নিযুক্তি পোৱা অসমৰ ১৭৫ জন NCC কেডেটক সম্বৰ্দ্ধনা জনালে মন্ত্ৰী নন্দিতা গাৰ্লচাই

September 30, 2023
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত ভাৰ্ছুৱেলী উদ্বোধন কৰিলে ৫ জি অভিজ্ঞতা কেন্দ্ৰ
প্ৰযুক্তি

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত ভাৰ্ছুৱেলী উদ্বোধন কৰিলে ৫ জি অভিজ্ঞতা কেন্দ্ৰ

September 29, 2023
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত উদ্বোধন কৰিব ৫ জি অভিজ্ঞতা কেন্দ্ৰ
ৰাজনীতি

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে গুৱাহাটীত উদ্বোধন কৰিব ৫ জি অভিজ্ঞতা কেন্দ্ৰ

September 28, 2023
পুনৰ অশান্ত মণিপুৰঃ কৰ্তন ইণ্টাৰনেট, বন্ধ শিক্ষানুষ্ঠান
ৰাজনীতি

পুনৰ অশান্ত মণিপুৰঃ কৰ্তন ইণ্টাৰনেট, বন্ধ শিক্ষানুষ্ঠান

September 27, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

‘মই ভুল কৰিছো, তাৰ বাবে মই অনুতপ্ত’ অৱশেষত শিৰনত কৰিলে আজমলে!

‘মই ভুল কৰিছো, তাৰ বাবে মই অনুতপ্ত’ অৱশেষত শিৰনত কৰিলে আজমলে!

সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ কোঠাত তীব্ৰবেগী ডাম্পাৰ!

চাবুৱাত ডাম্পাৰে মহতিয়ালে বাসগৃহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8